--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘এইখন দেশ তোমালোকৰ নহয়৷ এইখন হিন্দুৰ দেশ৷ তোমালোক মুছলমান, সেয়ে পাকিস্তানলৈ গুচি যোৱা৷’ পশ্চাদগামী চিন্তাৰ উকমুকনি নতুন ভাৰতত৷ 

সাম্প্ৰদায়িকতাবাদৰ চূড়ান্ত ৰূপ দেখা গ’ল কৰ্ণাটকৰ এখন বিদ্যালয়ত৷ কৰ্ণাটকৰ শিৱমোগা জিলাৰ এখন বিদ্যালয়ৰ এগৰাকী হিন্দু শিক্ষয়িত্ৰীয়ে মুছলমান শিক্ষাৰ্থীক উদ্দেশ্যি কৰিছে এই ভয়ংকৰ সাম্প্ৰদায়িক মন্তব্য৷ এই বিষয়টোৱে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কৰ্ণাটকত৷ 

আৰু শেহতীয়া খবৰ অনুসৰি, বিভাগীয় তদন্তৰ পাছত শিক্ষয়িত্ৰীগৰাকীৰ ক্ষেত্ৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে৷ অভিযোগ অনুসৰি মঞ্জুলা দেৱী নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক পাকিস্তানলৈ যাবলৈ পৰামৰ্শ আগবঢ়াইছিল৷ ইতিমধ্যে শিক্ষয়িত্ৰীগৰাকীক বদলি কৰা হৈছে৷

কিছুমান মুছলমান শিক্ষাৰ্থীয়ে তেওঁৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগ দাখিল কৰাৰ পাছত ঘটনাটো পোহৰলৈ অনা হৈছিল।
খণ্ড শিক্ষা বিষয়া পি নাগৰাজে নিশ্চিত কৰিছে যে ছাত্ৰ-ছাত্ৰীৰ অভিযোগৰ ওপৰত আধাৰ কৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস