--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
নিজৰ জন্মদিনত কেক কটাটো আজিকালি এক নিয়মত পৰিণত হৈছে। জন্মদিনৰ বিশেষ দিনটো সুন্দৰ কৰি তুলিবলৈ সকলোৱে পৰিয়াল বা বন্ধুবৰ্গৰ সৈতে কেক কাটি আনন্দ প্ৰকাশ কৰে। জন্মদিনত একাধিক কেক কটাটো এতিয়া যেন এক ট্ৰেণ্ড। কিছুমানে যদি দুটা কেক কাটে, কিছুমানে আকৌ তিনি চাৰিটালৈ কেকট কাটি পালন কৰে জন্মদিন।

এজন মানুহে নিজৰ জন্মদিনত কিমানতা কেক কাটিব পাৰে বাৰু? ১০টা, ২০টা? কিন্তু মুম্বাইৰ এজন যুৱকে যেন সকলো অভিলেখেই ভংগ কৰিলে! নিজৰ জন্মদিনত ১০০০টা কেক কাটিলে এই যুৱকজনে।

দুয়োখন হাতেৰে কেক কাটি থকা যুৱকজনৰ জন্মৰ এই ভিডিঅ’ ভাইৰেল ছচিয়েল মিডিয়াত। ডেস্কৰ ওপৰত শাৰী শাৰীকৈ সজাই থোৱা কেকবোৰ এফালৰ পৰা কাটি গৈছে যুৱকজনে।

যুৱকজনৰ নাম সূৰ্য ৰাতুৰী। নিজৰ জন্মদিনত সূৰ্যই কাটিলে ১০০০টা কেক। দুয়োখন হাতত দুখন ছুৰী লৈ এফালৰ পৰা সূৰ্যই কাটি গৈছে কেক। এই ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়া।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র