--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

ঋষভ পন্ট আৰু উৰ্বশী ৰাউটেলাৰ সৈতে সম্পৰ্কৰ বিষয়ে হয়তো এতিয়া সকলোতে চৰ্চা হৈছে৷  বৰ্তমানৰ  ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলো এই প্ৰশ্নক লৈ ব্যস্ত হৈ পৰিছে৷ উৰ্বশীৰ প্ৰতিটো পোষ্ট অনুৰাগীসকলৰ বাবে ইংগিতপূৰ্ণ যেন লাগিছে। সেয়েহে প্ৰতিটো প’ষ্টৰ কমেন্ট বক্সত ঋষভৰ নাম জিলিকি থাকে।                                                                                                              

উৰ্বশী মাত্ৰ  কিছুদিন পূৰ্বে অষ্ট্ৰেলিয়ালৈ গৈছে। দেওবাৰে উবৰ্শীয়ে ছ’চিয়েল মিডিয়াত ব্যক্তিগত জেটত  অষ্ট্ৰেলিয়াত উপস্থিত হোৱাৰ এখন ফটো শ্বেয়াৰ কৰে। 

এই ফটো শ্বেয়াৰৰ পিছতেই  অনুৰাগসকলৰ অনুমান আৰম্ভ হৈছিল। পণ্টে ইতিমধ্যে বিশ্বকাপৰ বাবে প্ৰস্তুতি চলাবলৈ ভাৰতীয় দলৰ সৈতে অষ্ট্ৰেলিয়া ত উপস্থিত হৈছে। গতিকে স্বাভাৱিকতে, উৰ্বশীৰ নাম আকৌ এবাৰ তেওঁৰ সৈতে সম্পৰ্কিত হৈছে৷ এতিয়া  কৰৱা চৌথ উৰ্বশীয়ে ৰেশৱ পন্টৰ নামত পালন কৰিব বুলিও অনুৰাগীসকলে অনুমান কৰিছে৷
 
উৰ্বশীয়ে অলপতে শাৰী , সেন্দূৰত নিজৰ এখন ফটো প’ষ্ট কৰিছিল। তাত তেওঁ হিন্দীত কেইটামান শাৰী যোগ কৰিছে। উৰ্বশীয়ে লিখিছে, "প্ৰেমত পৰা প্ৰেমিকাৰ বাবে সেন্দূৰতকৈ  ব্যয়বহুল একো হ'ব নোৱাৰে। সকলো ৰীতি-নীতিৰ লগতে, মই গোটেই জীৱন আপোনাৰ সৈতে থাকিব বিচাৰো, প্ৰিয়। ”

উৰ্বশীৰ এই কেপছনে অনুৰাগীসকলৰ অনুমান সত্যত পৰিণত কৰাৰো থল নোহোৱা নহয়৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’