--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাতটা পৰ্যায়ত দেশত চলি আছে লোকসভাৰ নিৰ্বাচন। একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দেশৰ প্ৰান্তে প্ৰান্তে  দিন-ৰাতি সমান কৰি নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে। মোদীয়ে তেওঁৰ বয়সৰ কথা পাহৰি এগৰাকী চফল ডেকাৰ দৰেই নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে।  

কিন্তু কোনো এখন জনসভাতে মোদীৰ মুখত ভাগৰ লেশমানো চিন দেখিবলৈ পোৱা হোৱা নাই। সেয়ে বহুতৰে মনত প্ৰায়ে এটা প্ৰশ্নৰ উদয় হয়মোদীৰ ভাগৰ নালাগে নেকি?  এক সাক্ষাকাৰত মোদীক এই  বিষয়ে সোধাত  ৭৩ বছৰীয়া  মোদীয়ে  কয়-  "যেতিয়া মোৰ মা জীয়াই আছিল, মই বিশ্বাস কৰিছিলো যে মই জৈৱিকভাৱে জন্মগ্ৰহণ কৰিছিলো। তেওঁৰ মৃত্যুৰ পিছত,  মোৰ সকলো অভিজ্ঞতা জুকিয়াই চাই  মই নিশ্চিত হৈছো  যে ঈশ্বৰেই মোক পঠিয়াইছে। এই শক্তি মোৰ জৈৱিক শৰীৰৰ পৰা অহা হ'ব নোৱাৰে,  ঈশ্বৰে মোক এই শক্তি প্ৰদান কৰিছে। মই বিশ্বাস কৰোঁ যে ঈশ্বৰে মোক এটা উদ্দেশ্যৰ বাবে  প্ৰেৰণ কৰিছে আৰু সামৰ্থ্য, অনুপ্ৰেৰণা তথা  ভাল উদ্দেশ্য  সাধন কৰিবলৈ দিছে... মই নিমিত্তহে মাত্ৰ । যেতিয়াই মই কিবা কৰোঁ, মই বিশ্বাস কৰোঁ যে ঈশ্বৰে মোক পথ প্ৰদৰ্শন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ