--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা সাধাৰম জ্বৰ-পানীলগাত চিকিৎসকে দিব নোৱাৰিব এণ্টিবায়’টিক ঔষধ। ‘ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্ছ’ৰ (আইচিএমআৰ) তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে।

আইচিএমআৰ-এ নিৰ্দেশনাটোত চিকিৎসকৰ পৰামৰ্শ অবিহনে এণ্টিবায়’টিক খাবলৈ মানা কৰিছে। এণ্টিবায়’টিক ঔষধ খোৱাৰ আৰম্ভণি আৰু শেষৰ দিন মনত ৰখা হ’ব। নিৰ্দিষ্ট দিনৰ ক’ৰ্চ শেষ হোৱাৰ পাছতো যদি অসুখ নকমে, তেতিয়াও এণ্টিবায়’টিকৰ সংখ্যা বঢ়োৱা নহ’ব।

দেশৰ বিভিন্ন প্ৰান্তত সমীক্ষা চলাই আইচিএমআৰে কৈছে যে সামান্য অসুখতে এণ্টিবায়’টিক খোৱাৰ প্ৰৱণতা ৰোগীসকলৰ আছে। ইয়াৰ ফলত শৰীৰত বেক্টেৰীয়াৰ পৰিমাণ কমিলেও ভাল বেক্টেৰিয়াসমূহ নষ্ট হৈ যায়।

আনহাতে, নিউমোনিয়া জ্বৰত এণ্টিবায়’টিক দিব পাৰিব বুলি কোৱা হৈছে। তাৰো এটা নিৰ্ধাৰিত মাত্ৰা ৰখা হৈছে। ৮ দিনৰ বেছি জ্বৰ থাকিলে বা হস্পিতালত ভৰ্তি হ’লে পাঁচ দিনৰ এণ্টিবায়’টিকৰ ক’ৰ্চ দিব পৰা যাব

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক