--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ জ্যেষ্ঠ পুত্ৰ ট্ৰাম্প জুনিয়ৰ আৰু তেওঁৰ জীয়ৰী ইভাঙ্কা ট্ৰাম্পক নিউয়ৰ্কৰ এখন আদালতে তলব কৰিছে। নিউয়ৰ্ক আদালতৰ এটৰ্নী জেনেৰেল লেটিটিয়া জেমছে ট্ৰাম্পৰ দুই সন্তানক ব্যৱসায়িক নথি-পত্ৰৰ অনুসন্ধানৰ বাবে তলব কৰা বুলি জানিবলৈ পোৱা গৈছে। সোমবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমে প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ দুই সন্তানক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়াৰ কথা প্ৰকাশ কৰিছিল।

ইয়াৰপূৰ্বেও, আদালতে ট্ৰাম্পৰ সন্তানৰ সম্পত্তিৰ তথ্য বিচাৰি তেওঁলোকক একাধিকবাৰ তলব কৰিছিল। কিন্তু নিৰ্দেশ অনুসৰি আদালতত হাজিৰ হোৱা নাছিল ট্ৰাম্প জুনিয়ৰ আৰু ইভাঙ্কা। এইবাৰো ট্ৰাম্প জুনিয়ৰ আৰু ইভাঙ্কা ট্ৰাম্পে আদালতত হাজিৰ নোহোৱাৰে সম্ভাৱনা অধিক ঘণীভূত হৈ পৰিছে। লক্ষণীয়ভাৱে, কৰ ফাঁকি দিয়াৰ উদ্দেশ্যে সম্পত্তিৰ ভুল তথ্য প্ৰেৰণ কৰা বুলি ট্ৰাম্প সন্তানৰ বিৰুদ্ধে আছে দীৰ্ঘদিনীয়া অভিযোগ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ