--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ মাজ সমুদ্ৰত মৃত্যুৰ কিৰিলি! সহস্ৰাধিক শৰণাৰ্থীৰ মৃত্যুৱে উদ্বিগ্ন কৰি তুলিছে সকলোকে। জীৱনৰ বিপদাশংকাত সাগৰ পাৰ হৈ স্পেইনলৈ যোৱাৰ পথতে ৪,৫০০ প্ৰব্ৰজনকাৰী মৃত্যুৰ মুখত পৰিছে। ২০২১চনত এনেদৰে মৃত্যু হোৱা প্ৰব্ৰজনকাৰীৰ মৃত্যুৰ পৰিসংখ্যাই সম্প্ৰতি সকলোৰে চকু কপালত তুলিছে। মৃত লোকসকলৰ ভিতৰত আছে অসংখ্য শিশু। শৰণাৰ্থীসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে দীৰ্ঘদিন কাম কৰি অহা স্পেনিছ ৱাকিং ব’ৰ্ডাৰ নামৰ সংস্থা এটাই প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে।

ৱাকিং ব’ৰ্ডাৰৰ মতে, ‘২০২১ চনত সাগৰ পাৰ হৈ স্পেইনলৈ বিপদজনকভাৱে যাত্ৰা কৰা সময়ত ৪,৪০০ তকৈও অধিক প্ৰব্ৰজনকাৰী সাগৰত মৃত্যুবৰণ কৰিছে।’ জানিবলৈ পোৱা মতে, স্পেনিছ সংস্থাটোৱে ২০১৮ চনতে সাগৰত মৃত্যু হোৱা প্ৰব্ৰজনকাৰী শৰনাৰ্থীৰ তথ্য নথিভুক্ত কৰা আৰম্ভ কৰিছিল ।বিগত বৰ্ষসমূহতকৈ ২০২১ চনত সাগৰত এনেদৰে বিপুল সংখ্যক লোকৰ মৃত্যু হোৱা বুলিও সদৰী কৰিছে স্পেনিছ সংস্থাটোৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ