--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • BRS নেতাদ্বয় টি ৰবিন্দৰ ৰাও আৰু সোমা ভাৰত কুমাৰে কয় যে কবিতাৰ শেহতীয়া মন্তব্যসমূহ 'দল-বিৰোধী' বুলি গণ্য কৰি এই সিদ্ধান্ত গ্রহণ কৰা হয়।

ডিজিটেল ডেস্ক : ভাৰত ৰাষ্ট্ৰ সমিতিৰ (BRS) নেত্রী আৰু তেলেংগানাৰ বিধান পৰিষদৰ সদস্য কে কবিতাক মঙলবাৰে দলৰ পৰা বহিষ্কাৰ কৰা হয়। কবিতাৰ পিতৃ আৰু ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্রী কে চন্দ্ৰশেখৰ ৰাও হৈছে দলটোৰ মুৰব্বী। কিছুদিন পূৰ্বে তেওঁ জ্যেষ্ঠ বি আৰ এছ নেতা আৰু সম্পৰ্কীয় ভাতৃ টি হৰিও ৰাওক সমালোচনা কৰিছিল।


বি আৰ এছ নেতাদ্বয় টি ৰবিন্দৰ ৰাও আৰু সোমা ভাৰত কুমাৰে কয় যে কবিতাৰ শেহতীয়া মন্তব্যসমূহ 'দল-বিৰোধী' বুলি গণ্য কৰি এই সিদ্ধান্ত গ্রহণ কৰা হয়। কবিতাৰ বহিষ্কাৰৰ বাতৰিৰ পাছতেই তেওঁৰ সমর্থকসকলে প্ৰতিবাদ সাব্যস্ত কৰে।


তেলেংগানা জাগৰুথিৰ যুৱ উপ-সভাপতি ৰবি ৰাথোড়ে কয় যে কবিতাক অন্যায়ভাৱে বহিষ্কাৰ কৰা হৈছে।


সোমবাৰে কবিতাই প্রাক্তন মন্ত্রী হৰিশ ৰাও আৰু ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ জে সন্তোষ কুমাৰক চন্দ্রশেখৰ ৰাওৰ ভাবমূর্তি বিনষ্ট কৰাৰ অভিযোগ তুলি সমালোচনা কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ