--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তেওঁ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰিব লগীয়া সঞ্জয় সুধাৰৰ স্থলাভিষিক্ত হ'ব।

ডিজিটেল ডেস্ক : বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে ড° দীপক মিট্টালক ইউনাইটেড আৰব এমিৰেটছত (ইউ এ ই) ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্রদূত হিচাপে নিযুক্তি দিছে।


১৯৯৮ বৰ্ষৰ ভাৰতীয় বিদেশ সেৱাৰ বিষয়া মিট্টালে ইয়াৰ পূৰ্বে প্রধানমন্ত্ৰীৰ কাৰ্যালয় আৰু ২০২০-২২ বর্ষত কাটাৰত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।


তেওঁ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰিব লগীয়া সঞ্জয় সুধাৰৰ স্থলাভিষিক্ত হ'ব।


মিট্টালে তালিবানৰ সৈতে ভাৰতৰ প্ৰথম আনুষ্ঠানিক সম্পর্ক স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছিল।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ