--°C
Loading...
Listen to Article
2 min read
80%
৯ নৱেম্বৰ ২০২২, বুধবাৰ
 
মেষ- চাকৰি বিচাৰি থকা লোক সকলৰ বাবে দিনটো শুভ। কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ আছে | শুভ সংখ্যা ৩, শুভ ৰং বগা।

বৃষ- নতুন খবৰে নতুন সুযোগ দিব।পৰিয়ালৰ সৈতে বিবাদ হ’ব পাৰে। শিক্ষাৰ্থীৰ বাবে শুভ। শুভ সংখ্যা ৫, শুভ ৰং বাদামী।

মিথুন- পৰিকল্পনাৰে কামবোৰ কৰিব।ভ্ৰমণৰ যোগ। প্ৰেমত ভাল৷ শুভ সংখ্যা ৪, শুভ ৰং সেউজীয়া।

কৰ্কট- কৰ্মস্থানত যথেষ্ট কষ্ট হোৱাৰ সম্ভাৱনা। ধৈৰ্য ৰাখিব। দাম্পত্যত মধ্যমীয়া। শুভ সংখ্যা ১,শুভ ৰং সোণালী।

সিংহ- পৰিয়ালৰ সৈতে আনন্দৰ মুহূৰ্তৰ পাৰ হ’ব। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। হাতলৈ ধন আহিবৰঞ্চ| শুভ সংখ্যা ২, শুভ ৰং ৰঙা।

কন্যা- খৰচৰ মাত্ৰা বাঢ়িব পাৰে।কামত সন্মান পাব। স্বামীৰ স্বাস্থ্যই চিন্তাত পেলাব। শুভ সংখ্যা ৭, শুভ ৰং মেৰুণ।

তুলা- দিনটো ব্যৱসায়ী সকলৰ বাবে অতিকৈ শুভ। চাকৰিয়াল সকলৰ কামৰ হেচা বাঢ়িব। শুভ সংখ্যা ৯, শুভ ৰং গুলপীয়া।

বৃশ্চিক- মাটি বাৰীৰ ক্ষেত্ৰত স্থগিত থকা বিষয়বোৰ সমাধান হ’ব। দিনটো সুখদায়ক হ’ব। খং কমাব । শুভ সংখ্যা ২, শুভ ৰং নীলা।

ধনু- দিনটো প্ৰায় ভালে যাব। খৰচ মাত্ৰা বৃদ্ধি পাব ।দুৰ্ঘটনাৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৫, শুভ ৰং হালধীয়া।

মকৰ- গণেশৰ কৃপা দৃষ্টি লাভ কৰিব। ব্যৱসায়ীত, শিক্ষাৰ্থীৰ বাবে দিনটো মধ্যমীয়া।প্ৰেমত বিবাদৰ সম্ভাৱনা। শুভ সংখ্যা ৩, শুভ ৰং বেঙুনীয়া।

কুম্ভ- পাবলগীয়া ধন ঘূৰাই পাব। কাৰোৰে সৈতে অনৰ্থক কাজিয়া নকৰিব। শুভ সংখ্যা ৪, শুভ ৰং মাখন।

মীন- যদি বিবাহৰ কথা চলি থকা সকলৰ আজি সিদ্ধান্তত উপনীত হ”ব।পত্নীৰ স্বাস্থ্যক লৈ চিন্তাত হ’ব পাৰে। শুভ সংখ্যা ৭, শুভ ৰং বগা।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ