--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিলকিছ বানো ধৰ্ষণকাণ্ডৰ পৰা কেনেকৈ মুক্ত হৈছিল অভিযুক্তকেইজন? দেশ কঁপাই যোৱা এই জঘন্য কাণ্ড কৰিও কিয় মুকলি আকাশৰ তললৈ আহিব পাৰিছিল ধৰ্ষণকাৰীকেইজন? এই সম্পৰ্কে গুজৰাট চৰকাৰে এক লক্ষ্যণীয় ভাষ্য আগবঢ়াইছে।

 

অভিযুক্তকেইজনে আইনী প্ৰক্ৰিয়াটোত ‘ভাল ব্যৱহাৰ’ কৰাৰ বাবে তেওঁলোকক মুক্তি দিয়া হৈছিল। উচ্চতম ন্যায়ালয়ক দিয়া এখনি এফিডেভিটত এইদৰে জনালে গুজৰাটৰ বিজেপি চৰকাৰে।

 

উচ্চতম ন্যায়ালয়ক গুজৰাট চৰকাৰে যে ধৰ্ষণকাণ্ডটোত অভিযুক্ত ১১ জন অপৰাধীয়ে ১৪ বছৰধৰি কাৰাগাৰত আছিল। কাৰাগাৰত থকাৰ সময়ছোৱাত তেওঁলোকে ‘ভাল ব্যৱহাৰ’ কৰিছিল। কাৰাগাৰ কৰ্তৃপক্ষই এই তথ্য চৰকাৰৰ হাতত দিছিল।

 

উল্লেখ্য যে ১১জন অভিযুক্তই গোধ্ৰা উপ-কাৰাগাৰৰ পৰা ১৫ আগষ্ট তাৰিখে মুকলি আকাশৰ তললৈ উভটি আহিছিল। তেওঁলোকক ইয়াৰ পূৰ্বে যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছিল। কিন্তু গুজৰাট চৰকাৰ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ডৰ পৰা মুক্ত কৰে।

 

আনহাতে, বিলকিছ বানো আৰু তেওঁৰ তিনিবছৰীয়া কন্যাশিশুকে ধৰি ১৪গৰাকী লোকক ২০০২ চনৰ ৩ মাৰ্চত হত্যা কৰা হৈছিল।  ডাহুড জিলাৰ লিমখেড়া নামৰ ঠাইখনত সংঘটিত হোৱা বিলকিছ বানুৰ ধৰ্ষণকাণ্ড গুজৰাট সংঘৰ্ষৰ অন্যতম শিহৰণকাৰী অধ্যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক