--°C
Loading...
Listen to Article
2 min read
80%
ডিজটিটেল ডেস্কঃ আফগান ৰাজধানী কাবুলত বৈদেশিক মন্ত্ৰালয়ৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত এক আত্মঘাতি আক্ৰমণত কমেও ২০ জন লোক নিহত হৈছে। 

বিস্ফোৰণৰ সময়ত তালিবান প্ৰতিনিধিসকলে চীনা বিষয়াসকলৰ সৈতে বৈঠকত বহিছিল৷ 
প্ৰশাসনে আশংকা কৰিছে যে বুধবাৰে কাবুলত হোৱা বিস্ফোৰণত হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে। 

 সংবাদ সংস্থাটোৱে জনোৱা অনুসৰি, আত্মঘাতি বিস্ফোৰণৰ সময়ত তালিবান চৰকাৰৰ প্ৰতিনিধিসকলে বিদেশ মন্ত্ৰালয়ৰ কাৰ্যালয়ত চীনা বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছিল। বিস্ফোৰণৰ বিষয়ে খবৰ পোৱাৰ পিছত সুৰক্ষা বাহিনী ঘটনাস্থলীত হাজিৰ হয়।

এএফপিৰ এজন কৰ্মী জামছেদ কৰিমীয়ে বুধবাৰে হোৱা আক্ৰমণৰ সাক্ষী হৈছিল। পেছাত এজন চালক জামছেদে কয়, "মই নাজানো বিস্ফোৰণটোত কিমান জন লোক আহত হৈছিল। কিন্তু মই এজন মানুহত বিস্ফোৰণত উৰি যোৱা  দেখিছিলো। ''

স্থানীয় কৰ্তৃপক্ষই আক্ৰমণৰ সত্যতা নিশ্চিত কৰিছে। কাবুল আৰক্ষীৰ মুখপাত্ৰ খালিদ জৰ্ডানে কয় যে ,বিস্ফোৰণটো চহৰখনত সংঘটিত হৈছিল। তেওঁ অৱশ্যে কিমান জন লোক আহত হৈছে সেয়া কোৱা নাছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ