--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ ৮ নৱেম্বৰ। কাইলৈ ​​কাতি পূৰ্ণিমাৰ দিনা হ’ব ২০২২ বৰ্ষৰ অন্তিমটো চন্দ্ৰগ্ৰহণ। বছৰৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ হ’ব এয়া। ভাৰতত চন্দ্ৰগ্ৰহণ দেখা পোৱাৰ বাবে ইয়াৰ সুতক সময় বৈধ হ’ব। দেশত প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশত দেখা যাব সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ। দেশৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ দেখা পোৱাৰ বিপৰীতে আন ঠাইত আংশিক চন্দ্ৰগ্ৰহণ দেখা যাব। ০৮ নৱেম্বৰত সন্ধিয়া চন্দ্ৰ উদয় হোৱাৰ লগে লগে ভাৰততো একে সময়তে চন্দ্ৰগ্ৰহণ দেখা যাব। সন্ধিয়া ৬.১৯ বজাত এই চন্দ্ৰগ্ৰহণৰ অন্ত পৰিব। 

কাইলৈ দুপৰীয়া ২.৩৮ বজাৰ পৰা চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব আৰু সন্ধিয়া ৬.১৯ বজাত শেষ হ’ব চন্দ্ৰগ্ৰহণ। সন্ধিয়া ৬.১৯ বজাৰ পিছত আৰম্ভ হ’ব ছায়া চন্দ্ৰগ্ৰহণ যিটো সন্ধিয়া ৭.২৬ বজালৈকে চলিব। ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ দেখা যাব। ভাৰতৰ বাহিৰেও ০৮ নৱেম্বৰত চন্দ্ৰগ্ৰহণ আমেৰিকা, অষ্ট্ৰেলিয়া, এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দেখা যাব। 

১২টা ৰাশিৰ ওপৰত এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ

মেষ ৰাশি- বছৰৰ এই শেষ চন্দ্ৰগ্ৰহণ আপোনাৰ ৰাশিত ঘটি আছে। এই গ্ৰহণ আপোনাৰ বাবে অশুভ আৰু ক্ষতিকাৰক হ'ব। সজাগ হৈ থাকক।

বৃষ ৰাশি - এই চন্দ্ৰগ্ৰহণ আপোনাৰ বাবে ভাল নহ’ব। টকা হেৰুৱা আৰু কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ’ব পাৰে।

মিথুন ৰাশি - এই চন্দ্ৰগ্ৰহণ আপোনাৰ বাবে ভাল হ’ব পাৰে। কেৰিয়াৰ-ব্যৱসায়ত ভাল ফলাফল আৰু ভাল লাভ হ’ব পাৰে।

কৰ্কট ৰাশি - কামত সফলতা লাভ কৰিব। কঠোৰ পৰিশ্ৰমে ভাল ফল দিব।

সিংহ ৰাশি - কিছু ভাল খবৰ পাব পাৰে। চাকৰিটোত ভাল পজিচন পাব পাৰে।

কন্যা ৰাশি- এই চন্দ্ৰগ্ৰহণৰ বাবে এই ৰাশিৰ লোকসকলে কষ্ট পাব লগা হ’ব পাৰে।

তুলা ৰাশি - বিপদ আহিব পাৰে। টকা হেৰুৱালে আপোনাৰ কাম নষ্ট হ’ব পাৰে। সাৱধানে খোজ কাঢ়িব।

বৃশ্চিক ৰাশি- ধৈৰ্য্য ধৰিব লাগিব, নহলে এই গ্ৰহণে আপোনাক বহুত ক্ষতি কৰিব পাৰে। সাৱধান হওক।

ধনু ৰাশি - স্বাস্থ্য সম্পৰ্কীয় কিছুমান সমস্যাৰ সৈতে মোকাবিলা কৰিবলগীয়া হ’ব পাৰে।

মকৰ ৰাশি- এই ৰাশিৰ লোকসকলে ধনৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে, ক্ষেত্ৰত ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

কুম্ভ ৰাশি- এই ৰাশিৰ লোকসকলৰ লাভ বৃদ্ধি আৰু সৌভাগ্যৰ সম্ভাৱনা আছে।

মীন ৰাশি - অধিক ক্ষতি হোৱাৰ সম্ভাৱনা আছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক