--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দুৰ্ঘটনা সংঘটিত কৰিয়েই চালকৰ পলায়ন। উল্লেখযোগ্য যে, কলগাছিয়াৰ পৰা সৰভোগলৈ যোৱা গড়কাপ্তানী পথত IRM স্কুলৰ সন্মুখত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো।

ডিজিটেল ডেস্ক: কলগাছিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত এজন বাইক আৰোহী। সংকটজনক অৱস্থাত কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি। বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। 


দুৰ্ঘটনা সংঘটিত কৰিয়েই চালকৰ পলায়ন। উল্লেখযোগ্য যে, কলগাছিয়াৰ পৰা সৰভোগলৈ যোৱা গড়কাপ্তানী পথত IRM স্কুলৰ সন্মুখত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। 


জানিব পৰা মতে, সৰভোগৰ পৰা আহি থকা অৱস্থাত AS 15 C 7795 নম্বৰৰ মালভৰ্তি চাৰিচকীয়া বাহনখনে IRM স্কুলৰ সন্মুখত অহাৰ লগে লগে মকিবুল ইছলাম নামৰ এজন যুৱকৰ বাইকত মুখামুখি খুন্দা মাৰে। ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। 


দুৰ্ঘটনা সংঘটিত কৰিয়েই চাৰিচকীয়া বাহনৰ চালকজনে পলায়ন কৰে। ইতিমধ্যে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত কৰিছে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ