--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হোজাই জিলাৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। মৃত‍্যু হৈছে বহু যুৱকৰ। অনাথ হৈছে বহু শিশু।

ডিজিটেল ডেস্ক: হাতত গোলাপ ফুল লৈ এইবাৰ ৰাজপথত ওলাল এখন ব‍্যক্তিগত খণ্ডৰ বিদ‍্যালয়ৰ কণকণ ছাত্ৰ-ছাত্ৰী। বাইক আৰোহীলৈ পোনপটীয়া প্ৰশ্ন কণকণ শিশুসকলৰ।


আপোনালোকে কিয় হেলমেট পৰিধান কৰা নাই ? নিজৰ পৰিয়াল-সন্তানক আপোনালোকে মৰম নকৰে নেকি? কণকণ ছাত্ৰ-ছাত্ৰীৰ এনে প্ৰশ্নত নিৰ্বাক হৈ পৰে বাইক আৰোহীসকল। অকপট ভুল স্বীকাৰ কৰাই নহয় এনে ভুল আৰু নকৰাৰো প্ৰতিশ্ৰুতি দিয়ে তেওঁলোকে।


আচলতে হোজাই জিলাৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। মৃত‍্যু হৈছে বহু যুৱকৰ। অনাথ হৈছে বহু শিশু। ধ্বংস হৈছে বহু পৰিয়ালৰ সপোন। তিনিদিন পূৰ্বে একেদিনাই ৪ জন লোকৰ মৃত‍্যু হৈছিল তীব্ৰ গতিৰ বাবেই। যিটো ঘটনাই হোজাই জিলাখনক জোকাৰি গৈছিল। এনে হৃদয়বিদাৰক ঘটনাই এইসকল কণমানিৰো অন্তৰ বেদনাগধুৰ কৰি তোলাত অৱশেষত ৰাজপথলৈ ওলাই আহিল তেওঁলোক।


বাইক আৰোহীসকলক ছাত্ৰ-ছাত্ৰীসকলে অনুৰোধ কৰে যে হেলমেট নোহোৱাকৈ বাইক নচলাব। তীব্ৰ গতিত বাইক নচলাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ