--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পাকিস্তান অধিকৃত কাশ্মীৰ আৰু কৈলাশ মানস সৰোৱৰক ভাৰতে ঘূৰাই পাবলৈ দেশবাসীয়ে প্ৰতি পুৱা বিশেষভাৱে প্ৰাৰ্থনা কৰা উচিত। শনিবাৰে এইদৰে মন্তব্য কৰিছে আৰএছএছ নেতা ইন্দ্ৰেশ কুমাৰে।

কুমাৰে কয় যে মানস সৰোবৰক চীন আৰু কাশ্মীৰক পাকিস্তানে অবৈধভাৱে দখল কৰি আছে। নিজৰ বক্তব্যত কুমাৰে জম্মু কাশ্মীৰত যোৱা ৭০ বছৰে শাসনত বহি অহা আঞ্চলিক দলসমূহকো সমালোচনা কৰে।

কৈলাশ মানসসৰোবৰ ভাৰতৰ অংশ আছিল। এতিয়া চীনে ইয়াক অবৈধভাৱে দখল কৰি আছে। ইয়াক ভাৰতৰ লগত পুনৰ চামিল কৰা উচিত আৰু দেশবাসীয়ে এতিয়াও বিশ্বাস কৰে যে ভৱিষ্যতে এয়া সম্ভৱ হৈ উঠিব।”- কুমাৰে কয়।

আমি দেশবাসীক অনুৰোধ কৰিছো যে প্ৰতিপুৱা তেওঁলোকে কৈলাশ মানস সৰোৱৰ আৰু পাকিস্তান অধিকৃত কাশ্মীৰ পুনৰাই লাভ কৰিবলৈ পাৰ্থনা কৰে।’’- কুমাৰে কয়- “প্ৰাৰ্থনাৰ অপৰিসীম শক্তি আছে।”

তদুপৰি মোদী চৰকাৰক প্ৰশংসা কৰি তেওঁ কয় যে দেশবাসীৰ নৰেন্দ্ৰ মোদীৰ ওপৰত আস্থা থকা উচিত। চীনৰ আগ্ৰাসনৰ প্ৰতি মোদী চৰকাৰে গ্ৰহণ নীতিসমূহক সমৰ্থন জনাবলৈও তেওঁ আহ্বান কৰে।

পাকিস্তানৰ প্ৰতিও ক্ষোভৰ বহিঃপ্ৰকাশ ঘটায় কুমাৰে। কয় যে পাকিস্তানে দেশখনৰ সংখ্যালঘু হিন্দুসকলৰ ওপৰত ব্যাপক হিংসা চলাই আহিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক