--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু ৰাজৌৰী জিলাৰ সীমান্তত সেনাৰ কনভয়ত  সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত আন এজন সৈনিক নিহত হৈছে। ইয়াৰ ফলত মৃত্যুৰ সংখ্যা পাঁচলৈ বৃদ্ধি পাইছে। বৃহস্পতিবাৰে আবেলি প্ৰায় ৪.৪৫ বজাত ৰাজৌৰীৰ ডেৰা কি গালি অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে সেনাৰ  এখন জীপ আৰু ৪৮ ৰাষ্ট্ৰীয় ৰাইফলছৰ এখন ট্ৰাকত  আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে। সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে সন্ত্ৰাসবাদীয়ে  স্বয়ংক্ৰিয় ৰাইফল আৰু গ্ৰেনেড লঞ্চাৰ ব্যৱহাৰ কৰিছিল।

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত সেনাৰ বাহনত সন্ত্ৰাসবাদীয়ে চলোৱা  আক্ৰমণৰ ফলত কালিয়েই  চাৰিজন সৈনিক শ্বহীদ হৈছিল । এই ঘটনাৰ পিছতে সেনাই সমগ্ৰ এলেকাটো ঘেৰিলৈ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement