--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাটাৰত আজিৰে পৰা আৰম্ভ হ’ব বিশ্বকাপ ফুটবলৰ মহাৰণ৷ দুভৰিৰ ছন্দৰে উথলি উঠিব আৰৱ বিশ্ব৷ বিশ্বৰ ৮৩২গৰাকী পদশিল্পৰ কলাকাৰৰ যাদুৱে মোহাৱিষ্ট কৰিব বিশ্ববাসীক৷

ভাৰতীয় সময় অনুসৰি নিশা ৭-৩০ বজাৰ পৰা চলিব বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান৷ পিছে, ভাৰতত কিদৰে উপভোগ কৰিব পৰা যাব বিশ্বকাপ ফুটবল?

ৰং-নৃত্য-সংগীতৰ মায়াজালেৰে আৰম্ভ হ’বলগীয়া উদ্বোধনী অনুষ্ঠানলৈ মাজত মাথোঁ কেইটামান ঘণ্টা বাকী থকা অৱস্থাত উশাহ ঘন হৈছে অনুৰাগীৰ৷ বহুজনে জানিব বিচাৰি আছে কোনটো টিভি চেনেলত চাব পাৰিব খেল?

এইবাৰ বিশ্বকাপ মেচ প্ৰচাৰিত হ’ব এটা নতুন চেনেলত৷ ৰিলায়েন্স জিঅ’ মালিকানাধীন ‘স্প’ৰ্টছ- ১৮’ চেনেলত সম্প্ৰচাৰিত হ’ব বিশ্বকাপ ফুটবলৰ মহাৰণ৷ এই চেনেলটো পাবলৈ কেবল অপাৰেটৰৰ লগত যোগাযোগ কৰিব লাগিব দৰ্শকে৷ তদুপৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ চাব পৰা যাব মোবাইলত৷

অনুৰাগীসকলে প্লে’ ষ্ট’ৰৰ পৰা জিঅ’ চিনেমা এপটো ডাউনলোড কৰিলেই মোবাইলতে যিকোনো স্থানত থাকি উপভোগ কৰিব পাৰিব মেচ৷ যিকোনো নেটৱ’ৰ্কত উপলব্ধ হ’ব এই সেৱা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক