--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনি ঘণ্টা সময় বিয়েৰ খাবলৈ নাপালেও বাচি থাকিব পাৰি। এইদৰে ভাষ্য আগবঢ়ালে ফিফাৰ সভাপতি জিয়ান্নি ইনফান্টিনো।

কাটাৰ বিশ্বকাপত মদ বা বিয়েৰ নিষিদ্ধ কৰা হৈছে। ষ্টেডিয়ামসমূহত বিয়েৰৰ দোকান খোলাত অনুমতি প্ৰদান কৰা নাই কাটাৰৰ চৰকাৰে। তাকে লৈ শেহতীয়াকৈ ফুটবলপ্ৰেমীসকলৰ মাজত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।

এই লৈ শনিবাৰে কাটাৰৰ ৰাজধানী দোহাত সাংবাদিক মেল সম্বোধন কৰে ফিফাৰ সভাপতিগৰাকীয়ে। তেওঁ তাত কয় যে ষ্টেডিয়ামত বিয়েৰ নিষিদ্ধ হোৱাটো একো সমস্যা নহয়। তিনি ঘণ্টা বিয়েৰ নাখালেও বাচি থাকিব পাৰি।

এইক্ষেত্ৰত তেওঁ ফ্ৰান্স, স্পেইন, স্কটলেণ্ডৰ ষ্টেডিয়ামসমূহৰ কথা উল্লেখ কৰে। উল্লেখ্য যে এইসমূহ দেশৰ ষ্টেডিয়ামসমূহতো মদ বিক্ৰী নিষিদ্ধ।

আনহাতে, কাটাৰৰ চৰকাৰে হঠাৎ মদ নিষিদ্ধ কৰাৰ নিৰ্দেশ দিয়াৰ লগে লগে ফিফাক স্পনছ’ৰ কৰা এটা বিয়েৰ কোম্পানীও ক্ষোভিত হৈ পৰিছে। মদ নিষিদ্ধ হোৱাৰ ফলত কোম্পানীটোৰ বৃহৎ আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনা আছে। জানিব পৰামতে, ফিফাৰ স’তে কোম্পানীটোৰ চুক্তিও বাতিল কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
অসম মেঘালয় সীমান্তৰ ফুলবাৰীৰ গোমাইঝোৰাত ভয়ংকৰ পথ দূৰ্ঘটনা: থিতাতে মৃত্যু এজন বৃদ্ধাৰ
"Women Who Rally" লিডাৰশ্বিপ কোহৰ্টত স্থান লাভ গুৱাহাটীৰ নাজনীন ৰহমানৰ
ৰোহিত জৈনক ৰিজাৰ্ভ বেংকৰ নতুন ডেপুটি গভৰ্ণৰ হিচাপে নিযুক্তি
পৰিয়ালত প্ৰেমিকৰ সৈতে বিয়াৰ দাবী; মোবাইল টাৱাৰত উঠিল কিশোৰী
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু