--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰয়োজন অনুসৰি পৃথিৱীত বহুতো ধুনীয়া চহৰ আৰু অট্টালিকা নিৰ্মাণ কৰিছে মানুহে৷ বিশ্বজুৰি অলেখ আকাশচুম্বী অট্টালিকা, অত্যাধুনিক সা-সুবিধাৰে সজ্জিত ঘৰ আছে। 

যদি আপুনি এই সকলো নিৰ্মাণকাৰ্য লক্ষ্য কৰে, তেন্তে দেখিব অট্টালিকাসমূহ সাধাৰণতে কংক্ৰিটেৰেই নিৰ্মিত৷ কিন্তু বহুসময়ত একাংশ লোকে কিবা এটা বেলেগ কৰাৰ হেঁপাহেৰে আশ্চৰ্যজনক কাম কৰে। 

শেহতীয়াকৈ চুইডেনত পোহৰলৈ আহিছে এনেকুৱা এটা কাহিনী। যিটো খবৰ জানিলে আচৰিত হ’ব আপুনিও। আপুনি আজিলৈকে কাঠেৰে নিৰ্মিত বহুতো সামগ্ৰী দেখিছে।

কিন্তু আপুনি জানেনে যে পৃথিৱীৰ প্ৰথমখন কাঠৰ চহৰ চুইডেনৰ ৰাজধানী ষ্টকহোমত নিৰ্মাণ কৰা হৈছে? ডেনিছ ষ্টুডিঅ’ হেনিং লাৰ্চেন আৰু চুইডিছ প্ৰতিষ্ঠান হোৱাইট আৰ্কিটেক্ট এই নিৰ্মাণৰ আঁৰৰ মগজু বুলি কোৱা হয়। তেওঁ দাবী কৰিছে যে এয়াই পৃথিৱীৰ সৰ্ববৃহৎ কাঠৰ চহৰ হ’ব।

এই ধাৰণাটো কেনেকৈ আহিল?
এই প্ৰতিষ্ঠানটো চোৱাৰ পাছত স্থপতিবিদজনে ভাবিলে যে যদি এনেদৰে এখন মহাবিদ্যালয় নিৰ্মাণ কৰিব পাৰি, তেন্তে গোটেই চহৰখন কিয় নোৱাৰি? ইয়াৰ পাছতহে স্থপতিবিদজনে এই কাঠৰ চহৰখন স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল। 

ডেভেলপাৰ এট্ৰিয়াম লজুংবাৰ্গে কৈছিল যে ষ্টকহোমৰ দক্ষিণ-পূবত নিৰ্মাণ হ’বলগীয়া চহৰখন ২,৫০,০০০ বৰ্গ কিলোমিটাৰজুৰি বিয়পি পৰিব। ইয়াত ৭,০০০ কাৰ্যালয় কাৰ্যালয় থাকিব। ২,০০০ ঘৰ নিৰ্মাণ কৰা হ’ব৷ নিৰ্মাতাৰ মতে ৪০০ৰো অধিক কোম্পানীয়ে ইতিমধ্যে এই স্থানত কাম কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ