--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছেপ্টেম্বৰত জি-২০ সন্মিলন আয়োজন কৰিবলগীয়া  প্ৰগতি ময়দানৰ নৱনিৰ্মিত সন্মিলন কেন্দ্ৰত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এখন বৈঠকত সভাপতিত্ব কৰে।বৈঠকৰ অন্তত টুইটাৰত মোদীয়ে কয় " মন্ত্ৰী পৰিষদৰ সৈতে এক ফলপ্ৰসূ বৈঠক অনুষ্ঠিত হৈছে, য'ত আমি বিভিন্ন নীতি সম্পৰ্কীয় বিষয়ত মত বিনিময় কৰিছো" ।

মন্ত্ৰী পৰিষদৰ বৈঠকত বহু কেইটা  মন্ত্ৰালয়ৰ বৰমূৰীয়াসকলে কামৰ অগ্ৰগতিৰ বিষয়ে মোদীক অৱগত কৰে। সেই বিষয়ত জনাৰ পিছত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মতামত ব্যক্ত কৰে। উল্লেখ্য কেবিনেটৰ ৰদবদলৰ বিষয়ে এক তীব্ৰ গুঞ্জন চলি থকাৰ মাজতে বৈঠক  অনুষ্ঠিত হয়।

 ২০ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে অনুষ্ঠিত বৈঠক খনকলৈ এতিয়া ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলিছে। বহুতে কৈছে যে কামত সাফল্য প্ৰদৰ্শন কৰিব নোৱাৰা দপ্তৰৰ বহু কেইগৰাকী মন্ত্ৰী হয়তো এইবাৰ মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস