--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এতিয়ালৈকে আমি জানো যে জলফাইৰ তেল ছালৰ সৌন্দৰ্য্য আৰু স্বাস্থ্যৰ বাবে উপযোগী, কিন্তু আমি নাজানো যে এই তেল ঘৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰতো সমানে উপযোগী। দৰাচলতে এই তেলেৰে ঘৰত ৰখা আচবাববোৰৰ লেতেৰা দাগসমূহ দূৰ কৰি নিমষতে পুনৰ নতুনৰ দৰে চিকচিকিয়া কৰি তুলিব পাৰি, জানো আহক কেনেকৈ?

 ১. অলিভ অইল কেনেকৈ ব্যৱহাৰ কৰিব?

ঘৰৰ বহুমূলীয়া আচবাববোৰ পলিচ কৰাৰ বাবে অলিভ অইল অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে। ইয়াৰ পৰা ফাৰ্নিচাৰ পলিচো বনাব পাৰি। ইয়াৰ বাবে প্ৰথমে এটা সৰু পাত্ৰ, যেনে-বাটি, জলফাই তেল, নেমুৰ ৰস আৰু শুকান পৰিষ্কাৰ কাপোৰৰ প্ৰয়োজন।

 ২. অলিভ অইল আৰু নেমুৰ ৰস মিহলাই লওক-

এতিয়া সেই পাত্ৰটোত দুভাগ অলিভ অইল আৰু এভাগ নেমুৰ ৰস মিলাই লওক। এতিয়া ভালদৰে মিহলাই কপাহী কাপোৰ এখন লৈ আচবাববোৰ ভালদৰে মচি দিয়ক। কিন্তু মনত ৰাখিব যে ইয়াত আন কোনো তেল ব্যৱহাৰ নকৰিব। এনে কৰিলে আচবাবৰ কাঠৰ ক্ষতিও হ’ব পাৰে।

 ৩. আচবাববোৰৰ পুনৰ নতুনৰ দৰে জিলিকি উঠিব-

এতিয়া এই মিশ্ৰণখিনি শুকান কাপোৰৰ সহায়ত কাঠত ভালদৰে লগাই পলিচ কৰি ল’ব। যেতিয়া মিশ্ৰণখিনি গোটেই আচবাববোৰ মচাৰ পাছত কিছু সময়ৰ বাবে থৈ দিব। অলপ পাছত আন এখন কাপোৰেৰে আচবাববোৰ আৰু এবাৰ মচি পেলাওঁক। আপুনি দেখিব যে আপোনাৰ ঘৰৰ আচবাবোৰৰ পৰা দাগবোৰ নোহোৱা কৰি এটা নতুনত্ব প্ৰদান কৰিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী