--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একেখন অলিম্পিকতে দুটা পদক! সৰুতে মনু ভাকেৰে শ্বুটিং নহয়, আন পাঁচটা খেল ভাল পাইছিল। বিভিন্ন খেলত ৰাষ্ট্ৰীয় পদক অৰ্জনো কৰে। কিন্তু অৱশেষত শ্বুটিং বাছি লৈছিল। কাৰণ তেওঁৰ চকু দুটা আঘাতপ্ৰাপ্ত হৈছিল। সেই আঘাত নহ’লে মনুৱে আন কোনো খেলত অলিম্পিকত ভাৰতীয় জাৰ্চি পিন্ধিলেহেঁতেন।

১৪ বছৰ বয়সৰ পৰাই শ্বুটিং আৰম্ভ কৰিছিল মনুয়ে। তাৰ আগতে তেওঁ বক্সিং, টেনিছ, স্কেটিং, ভলীবল, যুদ্ধ কলাৰ দৰে খেলৰ লগত জড়িত আছিল। ৰাষ্ট্ৰীয় গেমছত বক্সিং, টেনিছ আৰু স্কেটিঙতো পদক লাভ কৰিছে মানুৰ। গতিকে শেষত তেওঁ শ্বুটিং কিয় বাছি লৈছিল?

স্কুলত ভলীবল খেলি থাকোঁতে চকুত আঘাত পাইছিল মনু। সৰুৰে পৰা বিভিন্ন খেলত পাকৈত হ’লেও শাৰীৰিক সংঘৰ্ষৰ লগত জড়িত নহয় এনে খেল বাছি ল’বলৈ বাধ্য হৈছিল। গতিকে বক্সিং, টেনিছ, স্কেটিং, ভলীবল এৰি মানুৱে শ্বুটিং বাছি লৈছিল। চকুত আঘাত পালেও মনুৰ লক্ষ্য স্থিৰ। শ্বুটিঙত তেওঁ দ্ৰুতগতিত উন্নতি সাধন কৰিছিল। মনুৰ বয়স এতিয়া ২২ বছৰ। অৰ্থাৎ মাত্ৰ আঠ বছৰ শ্বুটিং কৰি তেওঁ দেশখনক অলিম্পিকৰ পদক আনিছিল। টকিঅ’ অলিম্পিকত বন্দুকটো সঠিকভাৱে থকা হ’লে মনুৱে তিনি বছৰৰ আগতে অলিম্পিক পদক লাভ কৰিব পাৰিলেহেঁতেন৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement