--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্লেন মেক্সৱেলৰ ২০১ ৰানৰ ইনিংছত আপ্লুত হৈছে বিৰাট কোহলি। বিশ্বকাপৰ মাজভাগত তেওঁ বিপক্ষ দলৰ বেটছমেনগৰাকীক প্ৰশংসা কৰে। ভাৰতীয় বেটছমেনগৰাকীয়ে ছ’চিয়েল মিডিয়াত মেক্সৱেলৰ এখন ছবি পোষ্ট কৰে। ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীৰ মতে, এইধৰণে খেলিব কেৱল মেক্সৱেলেহে পাৰে।

বহুতে মেক্সৱেলৰ ইনিংছক এদিনীয়া ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ ইনিংছ বুলি গণ্য কৰে। বিৰাট আৰু মেক্সৱেলে একেলগে খেলিছিল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ। বিৰাটে আই পি এলৰ সতীৰ্থৰ তেনেদৰে বেটিং কৰাৰ শলাগ হিচাপে এখন ছবি পোষ্ট কৰি লিখিছে, “কেৱল তুমিয়েই এইধৰণে খেলিব পাৰা। পাগল ইনিংছ।”

আফগানিস্তানক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই ছেমি ফাইনেলত স্থান দখল কৰে। প্ৰথম দুখন মেচত পৰাস্ত হোৱাৰ পিছত হেঁচাত পৰি বিশ্বকাপ আৰম্ভ কৰা অষ্ট্ৰেলিয়া এতিয়া দেখা গৈছে শক্তিশালী দলৰ ভিতৰত অন্যতম। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছেমি ফাইনেল খেলিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক