--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আফগানিস্তানৰ বিৰুদ্ধে গ্লেন মেক্সৱেলে অবিশ্বাস্য ইনিংছ খেলিছিল। তেওঁৰ অপৰাজিত ২০১ ৰানত জয়লাভ কৰিছিল অষ্ট্ৰেলিয়াই পৰাস্ত হোৱা মেচখনত। মেক্সৱেলে এককভাৱে দলটোক বিশ্বকাপৰ ছেমি ফাইনেললৈ উন্নীত কৰে। পত্নী বিনি ৰমনেও স্বামীৰ ইনিংছ দেখি আচৰিত হৈছিল।

মেক্সৱেলে খেলি থকাৰ সময়ত বিনি ৱানখেডে ষ্টেডিয়ামত আছিল। মেচৰ পিছতে তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এখন ছবি পোষ্ট কৰে। মেক্সৱেলক খেলপথাৰত খেলা দেখা গৈছে। বিনিয়ে ১০০ কাটি ছবিখনৰ মাজত ২০১ লিখিলে। অৰ্থাৎ তাইৰ স্বামীয়ে শতোণ নহয়, দ্বিশতক কৰিছে বুলি বুজাইছিল। এই ইনিংছটো দেখাৰ পিছত তেওঁ নিজৰ আৱেগক ধৰি ৰাখিব পৰা নাই বুলিও বুজাই দিলে বিনিয়ে।

২০২২ চনত বিনিৰ সৈতে বিবাহপাশত আবদ্ধ হয় মেক্সৱেলে। চলিত বৰ্ষৰ মে’ মাহত তেওঁলোকৰ এটি পুত্ৰ সন্তান জন্ম হৈছিল। বিশ্বকাপৰ আৰম্ভণিতে তেওঁলোক ভাৰতত নাছিল। প্ৰতিযোগিতাৰ সময়ত ভাৰতলৈ আহিছিল পত্নী আৰু নৱজাত পুত্ৰ। মেক্সৱেলৰ খেলৰ শৈলী যেন সলনি হৈছে তেওঁৰ কাষত পৰিয়াল লৈ। তেওঁ বিধ্বংসী খেল খেলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক