--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুটা বিষয়ক লৈয়েই দেশত আটাইতকৈ বেছি কৌতুহলৰ সৃষ্টি হয়। সেয়া হৈছে যৌনতা আৰু শ্বাহৰুখ খানে! যৌনতা আৰু শ্বাহৰুখ খানেই আটাইতকৈ বেছি বিক্ৰী হয়।— অভিনেত্ৰী নেহা ধুপিয়াই দুটা দশকৰ আগতে এইদৰে কৈছিল। 

বিশ বছৰ পূৰ্বে নেহাৰ এই মন্তব্য শ্বাহৰুখ অভিনীত ছবি 'পাঠান’ৰ সফলতাৰ পিছত পুনৰ পোহৰলৈ আহিছে। এই লৈ উচ্চসিত হৈ পৰিছে অভিনেত্ৰীগৰাকী নিজে! টুইটাৰত তেওঁ কয়- “বিশ বছৰৰ পাছতো এই কথাটো সঁচা। ই কোনো 'অভিনেতাৰ কেৰিয়াৰ' নহয়, বৰঞ্চ 'ৰজাৰ ৰাজত্ব'হে।"

নেহাই যৌনতা আৰু শ্বাহৰুখ খানক লৈ এই মন্তব্য প্ৰদান কৰিছিল ২০০৪ চনৰ এক সাক্ষাৎকাৰত। সেইসময়ত নেহাই অভিনয় কৰা  ‘জুলি’ নামৰ চিনেমাখনৰ অন্তৰংগ দৃশ্যসমূহ যথেষ্ট চৰ্চিত হৈছিল। 'জুলি’ৰ বিষয়ে সোধা এটা প্ৰশ্নৰ উত্তৰতে  তেওঁ কৈছিল যে যৌনতা অথবা শ্বাহৰুখ খানেই আটাইতকৈ বেছি বিক্ৰী হয়।

উল্লেখ্য যে চাৰি বছৰৰ পাছত শ্বাহৰুখে ‘পাঠান’ ছবিৰে ৰাজকীয় প্ৰত্যাৱৰ্তন কৰিছে। ছবিখন চাই নেহা ধুপীয়া সুখী। তেওঁ বিশ বছৰৰ পূৰ্বে কৰি যোৱা নিজৰ মন্তব্যৰ বাবেও গৌৰৱান্বিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ