--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়স বাঢ়িছে, কিন্তু একেই আছে সুস্মিতা সেন! সৌন্দৰ্যৰ সমানেই আকৰ্ষণীয় মিছ ইউনিভাৰ্ছগৰাকীৰ ব্যক্তিত্বও। শেহতীয়াকৈ ৱেব ছিৰিজ ‘আৰিয়া ৩’ত অভিনেত্ৰীগৰাকীয়ে কাম কৰিছে। ৱেব চিৰিজটোত তেওঁ অপৰাধজগতৰ সৈতে মোকাবিলা কৰা দেখা যাব। ইতিমধ্যে ৱেব চিৰিজটোৰ নতুন ছিজনত সুস্মিতাৰ লুকটো  প্ৰকাশ পাইছে। ক’লা বগা ফটোখনত দেখা গৈছে যে চ্যুট-টাই পৰিহিত সুস্মিতাই খোলা চুলি আবিৰ্ভাৱ হৈছে।

ফটোখন সামাজিক মাধ্যমত সুস্মিতাই নিজে শ্বেয়াৰ কৰিছে। বয়স বাঢ়ি আহিলেও ফটোখনত প্ৰকাশ পোৱা সুস্মিতাৰ সৌন্দৰ্যত আপোনপাহৰা হৈ পৰিছে অনুৰাগীসকল। এগৰাকী মহিলা অনুৰাগীয়ে মন্তব্য কৰে- “আপুনি ইমান ধুনীয়া মহিলা! আপোনাৰ যি আত্মবিশ্বাস দেখিছো সেয়া ঈৰ্ষণীয়! কওকচোন, আপোনাৰ দৰে হ’বলৈ মই কি কৰিব লাগিব?’’

এই সন্দৰ্ভত সুস্মিতাই এটা তাৎপৰ্যপূ্‌ণ উত্তৰ দিলে। তেওঁ লিখে, “ভাল দেখাটোৱে সকলো নহয়, নিজৰ ব্যক্তিত্বৰ বিকাশ কৰক!’’ সুস্মিতাৰ এই উত্তৰে অনুৰাগীৰ হৃদয় জয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ