--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে শিখ সম্প্ৰদায়ৰ এগৰাকী ব্যক্তিয়ে  কেলিফৰ্ণিয়াৰ লোডি চহৰৰ মেয়ৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিব। লোক জনৰ নাম মাইকী হোতি৷ মাইকীয়ে  বুধবাৰে চহৰখনৰ মেয়ৰ নিৰ্বাচিত হৈছে।

চহৰখনৰ নৱ নিৰ্বাচিত কাউন্সিলাৰ লিছা ক্ৰেগে বুধবাৰে পৰিষদৰ এখন সভাত মেয়ৰ পদৰ বাবে মাইকীৰ নাম প্ৰস্তাৱ কৰে। সকলো পৰিষদে লিছাৰ প্ৰস্তাৱত সন্মত হৈছিল। তাৰ পিছত তেওঁ লোডি চহৰৰ ১১৭ সংখ্যক  মেয়ৰ হিচাপে মাইকীৰ নাম ঘোষণা কৰা হয়। বুধবাৰৰ সভাত লিছা সৰ্বসন্মতিক্ৰমে উপ মেয়ৰ নিৰ্বাচিত হয়।


মাইকীয়ে উত্তৰ কেলিফৰ্ণিয়াৰ লোডিৰ প্ৰাক্তন মেয়ৰ মাৰ্ক চেণ্ডলাৰৰ ডেপুটি হিচাপে বছৰ ধৰি সেৱা আগবঢ়াইছিল। মাৰ্কে নৱেম্বৰৰ নিৰ্বাচনত অংশগ্ৰহণ কৰা নাছিল। আনহাতে, চহৰখনৰ এখন  জিলাৰ পৰা নিৰ্বাচিত হোৱাৰ পিছত মাইকীয়ে শুকুৰবাৰে টুইটাৰযোগে মেয়ৰৰ দায়িত্ব গ্ৰহণ কৰিব বুলি ঘোষণা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ