--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ বিজ্ঞানীসকলে প্ৰায় মাৰাত্মক কৰ্কট ৰোগৰ ভেকচিন তৈয়াৰ কৰিছে। অতি সোনকালে  ৰোগীৰ হাতলৈ আহিব। বুধবাৰে ৰাছিয়াৰ একনায়কত্ববাদী ভ্লাদিমিৰ পুটিনে এনে দাবী উত্থাপন কৰে। 

ভিডিঅ’ বাৰ্তাযোগে পুটিনে কয় যে আমি নতুন প্ৰজন্মৰ বাবে কৰ্কট ৰোগৰ ভেকচিন প্ৰস্তুত কৰাৰ অতি ওচৰ চাপিছো আৰু লগতে কয় যে মই আশা কৰিছো যে এই ভেকচিন অতি সোনকালে মানুহৰ মাজলৈ প্ৰেৰণ কৰা হ’ব। অৱশ্যে এই ভেকচিনসমূহে কেনেধৰণৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব, বা কেনেকৈ প্ৰতিৰোধ কৰিব, সেই কথা স্পষ্ট কৰা নাই পুটিনে।

যোৱা বছৰ ব্ৰিটিছ চৰকাৰে জাৰ্মানীৰ এটা ঔষধ কোম্পানীৰে ২০৩০ চনৰ ভিতৰত ১০ হাজাৰ ৰোগীৰ ‘কেন্সাৰৰ নিৰাময়’ আনিবলৈ চুক্তিবদ্ধ হৈছিল। বিশ্বৰ আন দুটা ঔষধ কোম্পানীয়েও পৰীক্ষামূলক কেন্সাৰ ভেকচিন প্ৰস্তুত কৰিছে, যাৰ ফলত ছালৰ কৰ্কট ৰোগত মৃত্যুৰ সম্ভাৱনা হ্ৰাস পোৱা দেখা গৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
যান-বাহন আৰক্ষীত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ
'GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে! নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ
খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা
ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য! অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
ৰূপহীহাটৰ SI বিষ্ণু দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ