--°C
Loading...
Listen to Article
2 min read
80%
১৪ ছেপ্টেম্বৰ, বুধবাৰ, ২০২২

১. মেষ ৰাশি (অ,ল):  মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত জেষ্ঠ্য ব্যক্তিৰ পৰা সহায় সহযোগিতা আৰু ভাল পৰামৰ্শ লাভ কৰিব। আজি আপুনি আপোনাৰ মনটো সুস্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব ।

২. বৃষ ৰাশি( উ,ব,ই): বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আনক সহায় সহযোগিতা কৰাৰ মনোভাৱ বাঢ়িব, লগতে আজি আপোনাৰ মনৰ কল্পনা শক্তি বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে বিপদ হব। কোনো কথাই মনত সামান্য আঘাত দিব পাৰে। 

৩. মিথুন ৰাশি ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উৎসাহ বাঢ়িব, সামাজিক কৰ্মত সন্মান লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি   হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপোনাৰ মনত বেয়া চিন্তা আহিবলৈ নিদিব।   

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক ক্ষেত্ৰত উন্নতি লাভ, কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ সুবিধা লাভ কৰিব যদিও আজি আপোনাৰ মনত সামান্য খংঙ আৰু আভিমান ভাৱ  বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত পুলিচ প্ৰশাসনৰ লগত জৰিত ব্যক্তিসকলৰ কৰ্মত শুভ হ'ব, শুভ সংবাদ লাভ কৰিব, যদিও আজি আপুনি মনোমালিন্য পৰা আতৰি থকাটো ভাল হ'ব।

৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সুখ শান্তি বাঢ়িব, কৰ্মত বন্ধুৰ সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপোনাৰ উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বন্ধুৰ সান্নিধ্য লাভ কৰিব, লগতে আজি খেতিয়ক সকলৰ কৰ্মত শুভ  হোৱাৰ যোগ দেখা যায়।  

৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  মনত আনন্দ বাঢ়িব, ব্যৱসায়িক দিশত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বিৰোধিতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত নতুন কৰ্মত যোগাযোগ সুযোগ সুবিধা লাভ কৰিব, যদিও কৰ্মক্ষেত্ৰত সামান্য আমনিদায়ক অনুভৱ হব পাৰে লগতে আজি আপুনি সজাগ নহ'লে মনত  সামান্য উদ্বিগ্ন তাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত মনত সামান্য চঞ্চল ভাৱ বাঢ়িব, মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি সকলো কৰ্মতে সজাগ হোৱাটো ভাল হ'ব। 

১২. মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। শুভ সংবাদ লাভ কৰিব, যদিও আজি আপুনি ব্যয়ৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ