--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ২৫  ছেপ্টেম্বৰ  ২০২৩ , সোমবাৰ।আজিৰ দিনটো বিভিন্ন ৰাশিৰ লোকৰ বাবে কেনে যাব জানো আহক। 

মেষ- সিদ্ধান্ত লওঁতে ভালকৈ ভাবি চিন্তি ল’ব। সৰু-সুৰা কথাৰ বাবে কাৰোৰে লগত কাজিয়া নকৰিব। দাম্পত্যত সাৱধান হ’ব। মাতৃৰ শুভ।

বৃষ- আজিৰ দিনটো ব্যৱসায় কৰা ব্যক্তি সকলৰ বাবে শুভ। যদি বিনিয়োগ কৰিব বিচাৰিছে তেনেহলে হাতলৈ ডাঙৰ সুযোগ আহিব। বন্ধু লাভ।

মিথুন- কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব। যিকোনো কামৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। হঠাতে ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। দাঁতৰ ৰোগৰ সম্ভাৱনা।


কৰ্কট- সম্পত্তি সম্পৰ্কীয় বিবাদত জ্যেষ্ঠ জনৰ পৰা পৰামৰ্শ ল’ব। বিত্তীয় পৰিস্থিতি শক্তিশালী হ’ব। শিক্ষৰ্থীয়ে পৰীক্ষাত সফলতা লাভ কৰিব। হঠাতে নতুন খবৰ লাভ।


সিংহ- আজিৰ দিনটো আপোনাৰ ভাল  চিন্তাৰে পাৰ হ’ব। কৰ্মক্ষেত্ৰত থকা বাধা সমূহ আঁতৰাৰ সম্ভাৱনা আছে। ভ্ৰমণৰ যোগ আছে। শিঙাল জীৱৰ পৰা সাৱধানে থাকিব। 

কন্যা- আজি দিনটোত আপুনি ধন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব পাৰে। প্ৰিয় জনৰ পৰা উপহাৰ লাভ কৰিব।খৰচ বৃদ্ধি পাব পাৰে। 


তুলা – সৰু সৰু কথাতে খং নকৰিব।ই আপোনাৰ কামত প্ৰভাৱ পেলাব। দিনটো ব্যস্ততাৰে পাৰ হ’ব। আজি কোনো আইনী বিষয়ত নোসোমাব। পেটৰ ৰোগৰ পৰা সাৱধান হ’ব। 

বৃশ্চিক- কৰ্মক্ষেত্ৰত আপোনাৰ শত্ৰুসকলে আজি আপোনাৰ কামত বাধা প্ৰদান কৰিব। শিক্ষাৰ্থী সকলে পৰীক্ষাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। শুভ সংবাদ লাভৰ যোগ। 

ধনু- আজিৰ দিনটোত আপোনাৰ সন্মান বৃদ্ধি পাব। চাকৰি বিচাৰি থকা লোক সকলে সফলতা লাভ কৰিব। ব্যৱসায়ী সকলে অধিক পৰিশ্ৰম কৰিব লাগিব।শিভ সংবাদ লাভ কৰিব। 

মকৰ- আজিৰ দিনটো আপোনাৰ বাবে অতি ফলপ্ৰসূ দিন হ’ব। আজি ধন লাভ কৰাৰ বহুটো সুবিধা পাব। প্ৰেমত যদি কোনো সমস্যা হৈ আছে তেনেহলে আজি পৰিত্ৰাণ লাভ কৰিব। কথা কওঁতে ভাবি-চিন্তি ক’ব।




কুম্ভ- আজিৰ দিনটো মীন ৰাশিৰ লোকসকলৰ বাবে শুভ যদিও যান-বাহনত সতৰ্ক হ’ব। খৰচ বৃদ্ধিৰ যোগ দেখা যায়। দাঁত আৰু পেটৰ ৰোগৰ প্ৰতি সচেতন হ’ব। আলহী আহিব পাৰে।

 মীন-চাকৰিয়াল সকলৰ পদোন্নতিৰ বাবে স্থানান্তৰ কৰিব পাৰে।ব্যৱসায় কৰা লোক সকলে যিকোনো বস্তুটো ক্ৰয় কৰোতে বৃহৎ ৰেহাই পাব। খৰচ কিছু বাঢ়িব। অতিথিৰ আগমন।








FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ