--°C
Loading...
Listen to Article
2 min read
80%
১৭ নৱেম্বৰ ২০২২, বৃহস্পতিবাৰ

মেষ : ব্যৱসায়ৰ ক্ষেত্ৰত ভাল লাভৰ সম্ভাৱনা আছে। ভালপোৱা মানুহক জীৱনৰ প্ৰতিটো পদক্ষেপত কাষত পাব। স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব লাগিব। কৰ্মক্ষেত্ৰত সন্মানিত হ'ব।

বৃষ : ব্যৱসায় ভালে চলিব। আজি ভাগ্য আপোনাৰ প্ৰতি সদয় হ’ব। কোনো নতুন কামৰ সুযোগ আহিব পাৰে। শৰীৰৰ বাবে কিছু অশান্তি ভুগিব পাৰে।

মিথুন : কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা আৰু পুৰস্কাৰ লাভ কৰিব। জীৱনৰ প্ৰতিটো ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰতো ভাল আজিৰ দিনটো।

কৰ্কট : আজিৰ দিনটোত শৰীৰৰ সুস্থতাৰ যোগ। কোনোকাৰণত মানসিক অশান্তি হব পাৰো পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভ কাৰক। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতিহব।

সিংহ : শিক্ষার্থী সকলৰ শুভ। শিল্পীৰ অশাস্তিৰ মাজতেই কিছু উন্নয়নমূলক কামত আগবাঢ়িব। ৰাজনীতিক আৰু সমাজকর্মী নতুন লাভজনক কামত লাগিব।

কন্যা : আজিৰ দিনটো শৰীৰৰ বাবে শুভ কাৰক, ৰোগৰ উপশম হোৱাৰ যোগ। মনৰ কিছু অশান্তি হ’ব পাৰে। শিক্ষার্থীৰ উচ্চ শিক্ষাত কিছু অশান্তি হ’ব।

তুলা : কৰ্মক্ষেত্ৰত দীৰ্ঘদিন ধৰি একেই কাম কৰিছে বুলি বিৰক্ত হ’ব পাৰে। ৰাজনীতিক আৰু সমাজকর্মী নতুন লাভজনক কামত লাগিব। শিক্ষার্থীৰ শুভ।

বৃশ্চিক : কৰ্মক্ষেত্ৰত পৰিকল্পনাৰ অভাৱত অশান্তি পাব। আর্থিক, বাণিজ্য আৰু কৰ্মত বাধাৰ মাজতো লাভৰ যোগ । মনৰ কিছু অশান্তি হ’ব পাৰে। শিক্ষার্থীৰ উচ্চ শিক্ষাত কিছু অশান্তি হ’ব।

ধনু : কৰ্মক্ষেত্ৰত আজি ফল লাভ কৰিব। সন্মান বৃদ্ধিৰ যোগ। ব্যৱসায়তো ভাল সুযোগ পাব পাৰে। মনৰ কিছু অশান্তি হ’ব পাৰে। শিক্ষার্থীৰ উচ্চ শিক্ষাত কিছু অশান্তি হ’ব।

মকৰ : আপুনি কোনো বিনিয়োগত দ্ৰুত লাভ বিচাৰিছে যদি সেই কামত সফল হ’ব। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি হব। কিন্তু শৰীৰ বৰ এটা ভালে নাযাব।

কুম্ভ : কম সময়ত কোনো ডাঙৰ সিদ্ধান্ত ল’ব লাগিব পাৰে। পাৰিবাৰিক সমস্যাই দেখা দিব পাৰে। শিক্ষাৰ্থীসকলৰ ভালে যাব আজিৰ দিনটো। আৰ্থিকত লাভ।

মীন : সম্পৰ্কত কিছু অশান্তিৰ সৃষ্টি হ’ব পাৰে। শিক্ষার্থীৰো উচ্চ শিক্ষাত কিছু অশান্তি হ’ব। আজি কৰ্মত সফলতা পাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা