--°C
Loading...
Listen to Article
2 min read
80%

 
২৭  ডিচেম্বৰ ২০২২, মঙলবাৰ

মেষ ৰাশি – কথা বতৰা, ব্যৱহাৰত মধুৰতা প্ৰকাশ পাব। দুৰ্যোগ আতৰিব। ক্ৰীড়া ক্ষেত্ৰত সুখ্যাতি। প্ৰেমত শান্তি।

বৃষ ৰাশি – কৰ্তব্যৰ প্ৰতি নিষ্ঠা, দায়বদ্ধতা প্ৰকাশ পাব। কবি-সাহিত্যিক-শিল্পীৰ সুখ্যাতি। দুৰ্ঘটনাৰ আশংকা। প্ৰেমত শুভ।

মিথুন ৰাশি – মনত বহু প্ৰশ্ন বা অভিমানৰ উদ্ৰেক ঘটিব। শৰীৰৰ প্ৰতি নজৰ ৰাখিব। প্ৰেমত শংকা। মাতৃৰ শুভ।

কৰ্কট ৰাশি– কামৰ হেঁচা বাঢ়িব। আপোনাৰ সহজ সৰল স্বভাৱৰ আনে সুযোগ লব। শত্ৰু কমিব। প্ৰেমত পৰিব কাৰোবাৰ।

সিংহ ৰাশি – চৰকাৰী যোগাযোগত কাম কাজ আগবাঢ়িব। সততা প্ৰধান অস্ত্ৰ। স্বাস্থ্যৰ অৱনতি। অৰ্থৰ প্ৰয়োজন অধিক হ'ব। 

কন্যা ৰাশি– আনৰ প্ৰিয়ভাজন হ'ব। প্ৰেমত শুভ। আত্মবিশ্বাস বাঢ়িব। ভ্ৰমণৰ সুযোগ। ক্ৰোধ বৃদ্ধি পাব। জীৱনক লৈ চিন্তা।

তুলাৰাশি – ঘৰুৱা অশান্তি। খঙৰ ওপৰত সংযম ৰাখক। গুৰুতৰ সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা । প্ৰেমত সন্দেহ।

বৃশ্চিক ৰাশি – কৰ্মত উন্নত। শুভ বাৰ্তাৰ সংযোগ। যোগ্যতা অনুসৰি উচিত ফল লাভ। সন্তানৰ চিন্তা বৃদ্ধি। স্বাস্থ্য উন্নত।

ধনু ৰাশি – ছাত্ৰৰ সুখ্যাতি। কৰ্তব্যৰ প্ৰতি নিষ্ঠা। কোনো আত্মীয়ৰ ফালৰ পৰা দুঃসংবাদ পাব পাৰে। প্ৰেমত শুভ।

মকৰ ৰাশি – পৰিয়ালৰ প্ৰতি দ্বায়বদ্ধতা বৃদ্ধি। নতুন বাৰ্তা লাভৰ সংকেত। ভগ্ন স্বাস্থ্য। জীৱন সংগীৰ ফালৰ পৰা কোনো শুভ সংবাদ পাব। বিদ্যাৰ্থীৰ পঢ়াত মন নবহিব।

কুম্ভ ৰাশি – জেদ ভাৱ এৰাই চলিব। আত্মীয়ৰ সৈতে মনোমালিন্যৰ সম্ভাৱনা। ক্ৰোধ সম্বৰণ কৰক, কথা বতৰাত সাৱধান হওক। প্ৰেমত সুন্দৰতা।

মীন ৰাশি – কৰ্মত অন্যমনস্ক নোহোৱাটো শ্ৰেয়। অশুভ সংবাদৰ সম্ভাৱনা। পেটৰ সমস্যা হ'ব পাৰে। খং কমাওক। আলহী আহিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ