--°C
Loading...
Listen to Article
2 min read
80%
২৩ আগষ্ট, মঙলবাৰ, ২০২২

মেষ : আজি সংগীক লৈ আপোনাৰ দৃষ্টিভংগী আৰু মতামত সলনি হ’ব। আজি কোনো নতুন পৰিচয়ৰ সূত্ৰে আপোনাৰ ব্যৱসায়িক লাভ হ’ব। প্ৰেম সুন্দৰ। ঘৰুৱা শান্তি।

বৃষ : আপুনি কোনো বিনিয়োগত লাভৱান হোৱাৰ সম্ভাৱনা। কৰ্মক্ষেত্ৰত নিজৰ দক্ষতাক আৰু অধিক বৃদ্ধিৰ চেষ্টা কৰিব লাগিব। প্ৰশংসা পাব।

মিথুন : ঘনে ঘনে মনটো সলনি হ’ব পাৰে। দাঁতৰ সমস্যাত ভুগিব পাৰে। বাকী থকা কোনো কাম থাকিলে আজি সেয়া কৰিব পাৰে। ধাৰ নিদিব।

কৰ্কট : দিনটো বিভ্ৰান্তিৰ মাজেৰে আৰম্ভ হ’ব। সম্পৰ্কক লৈ পিছত দৌৰিব নালাগে। আজি নিজৰ কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা প্ৰদৰ্শন হ'ব। 

সিংহ : আজি আপুনি সমাজত বিশেষ সন্মান লাভ কৰিব পাৰে। নিজৰ আপোনজনৰ কথা শুনক। আজি আপুনি নতুন কামৰ সুযোগ পাব পাৰে। 

কন্যা : পৰিশ্ৰম কৰি সফলতা অৰ্জন কৰিব লাগিব আৰু আনন্দ কৰিব লাগিব। সংগীৰ পৰা ভাল কোনো ভাল খবৰ পাব পাৰে। ব্যৱসায়িক দিশত ভাল প্ৰস্তাৱ পাব পাৰে।

তুলা : আন দিনৰ তুলনাত আজি ভাল। আবেগপ্ৰৱণ হৈ পৰিব পাৰে কোনো কথাত। পলমকৈ হ’লেও আপুনি সকলো কাম সম্পন্ন কৰাত সফল হ’ব। প্ৰেমৰ বাবে আজিৰ দিনটো শুভ। 

বৃশ্চিক : আজি পৰিয়ালৰ সৈতে সময় কটোৱাৰ লগতে পাৰিবাৰিক কামত সহায় কৰক। সন্মান লাভৰ যোগ। আপোনাৰ আৰ্থিক স্থিতি উন্নত হ'ব।

ধনু : আজি আপোনাৰ সন্মুখত যিমানেই বাধা নাহক কিয়, সকলো নেওচি সফলতাৰ মুখ দেখিব। আজি সংগীৰ সৈতে সুন্দৰ মুহূৰ্ত কটোৱাৰ সুযোগ পাব। কৰ্মক্ষেত্ৰত সুনাম। 

মকৰ : আজি আপোনাৰ কামৰ দক্ষতা দেখুওৱাৰ বাবে শ্ৰেষ্ঠ দিন। আৰ্থিকভাৱে দিনটো ভাল। আপোনাৰ শান্ত স্বভাৱৰ বাবে জ্যোষ্ঠ জনৰ লগতে সন্মানিত হোৱাৰ যোগ। আলহী আহিব।

কুম্ভ : আজি সংগীয়ে এনে কিছুমান কাম কৰাৰ চেষ্টা কৰিব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পাব। সমাজত সুনাম বৃদ্ধি পাব, বহুতেই মান দিব। মনৰ হেঁপাহ পূৰণ।

মীন : আজি আৰ্থিক ভাৱে লাভৱান হ’ব। কোনো বিশেষ লোকৰ পৰা উপহাৰ পাব পাৰে। অচিনাকি লোকক বেছি গুৰুত্ব নিদিব। চোৰৰ পৰা সাৱধান।










FOLLOW US F
POPULAR
FEATURE
TRENDY
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক