--°C
Loading...
Listen to Article
2 min read
80%
২৬ এপ্ৰিল ২০২৩, বুধবাৰ

মেষ ৰাশি – কোনো ভয় বা শংকাৰ বাবে মনত খুদুৱনি থাকিব। সন্ধিয়া ঘৰলৈ আলহী অতিথি অহাৰ সংযোগ। শুভ সংখ্যা ৪, শুভ ৰং ধোঁৱা বৰণ বা ছাই বৰণ।

বৃষ ৰাশি – খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ যত্ন কৰিব । পৰিয়ালৰ মাজতো খঙৰ বাবে মনোমালিন্য আনিব পাৰে। সাৱধানে চলিব। শুভ সংখ্যা ৯, শুভ ৰং সুমথিৰা।


মিথুন ৰাশি – কোনো ভাল বন্ধুৰ পৰা দুখৰ খবৰ পাব পাৰে কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে জ্যেষ্ঠ জনৰ দিহা পৰামৰ্শ গ্ৰহণ কৰিব। শুভ সংখ্যা ১, শুভ ৰং হালধীয়া।

কৰ্কট ৰাশি-  স্বাস্থ্যৰ প্ৰতি অলপ নজৰ ৰাখিব। আৰ্থিক দিশত আজিৰ দিনটো ভাল। শুভ সংখ্যা ৩, শুভ ৰং নীলা।

সিংহ ৰাশি – ভাগ্যৰ ক্ষেত্ৰত আজিৰ দিনটো কিছু দূৰ্বল। খৰছো বৃদ্ধি পোৱাৰ সম্ভাৱনা। স্বামী-স্ত্ৰীৰ মাজত সম্পৰ্ক শক্তিশালী হব। শুভ সংখ্যা ৭, শুভ ৰং বগা।

কন্যা ৰাশি-  পৰিয়ালৰ লোকৰ সৈতে সমন্ধ বোৰো মজবুত হব যদিও কোনো মুহুৰ্তত হতাশা আহিব পাৰে । শুভ সংখ্যা ২, শুভ ৰং বেঙুনীয়া।

তুলা ৰাশি – সন্তানৰ ভৱিষ্যতক লৈ কিছু সমস্যাত থাকিব। শৰীৰ মধ্যম। শুভ সংখ্যা ৫, শুভ ৰং বগা।

বৃশ্চিক ৰাশি –  ব্যৱসায়ী-উদ্যমী সকলৰ বাবে দিনটো ভাল। নতুন সংযোগ হোৱাৰ সংকেত। শুভ সংখ্যা ১, ৰং নীলা।

ধনু ৰাশি –  ক্ৰোধ সম্বৰণ কৰিব। লোকচান হোৱাৰ সম্ভাৱনা। স্বাস্থ্যৰ প্ৰতি নজৰ দিব । শুভ সংখ্যা ৮, শুভ ৰং বগা ।

মকৰ ৰাশি-  শিক্ষাৰ্থী সকলৰ বাবে দিনটো ভাল। যাত্ৰাৰ সংযোগ। শুভ সংখ্যা ৮, শুভ ৰং বগা ।

কুম্ভ ৰাশি – যদি কৰবালৈ যোৱাৰ বাবে পৰিকল্পনা কৰিছে তেন্তে লগত নিব লগা সামগ্ৰী ভালদৰে পৰীক্ষা কৰক। চোৰৰ পৰা সাৱধান। শুভ সংখ্যা ৪, শুভ ৰং নীলা।

মীন ৰাশি – আইন সম্পৰ্কীয় কাম কাজত ৰেহাই পাব।মাতৃৰ সৈতে যাত্ৰাৰ সম্ভাৱনা । শুভ সংখ্যা ৫, শুভ ৰং গুলপীয়া ।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস