--°C
Loading...
Listen to Article
2 min read
80%
১০ নৱেম্বৰ ২০২২, বৃহস্পতিবাৰ

মেষ – হঠাতে ধন পোৱাৰ যোগ আছে। লেনদেনত সাৱধান হ’ব। খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ কৰক ৷ প্ৰেমৰ বতৰা পাব। আলহী আহিলে শুভ হ'ব।

বৃষ -কোনেৱে আগবঢ়োৱা প্ৰস্তাৱ প্ৰথমে ভালদৰে বুজি লওক অন্যথা লোকচান হ’ব পাৰে। উপাৰ্জন বৃদ্ধি হ’ব পাৰে। মাতৃৰ শুভ। 

মিথুন – কিছুমান ভাল সুযোগ আহিব পাৰে। নতুন লোকক লগ পোৱাটোও এটা শুভ কাৰক হ’ব। প্ৰতিভাৰ প্ৰশংসা হ’ব।  অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷ 

কৰ্কট – সময়মতে কামবোৰ সম্পূৰ্ণ কৰাত সফল হ’ব। ধন সম্পৰ্কীয় কামত সফলতা থাকিব পাৰে। প্ৰেমত শুভ। অযথা বিতৰ্কত নোসোমাব। 

সিংহ – এলাহ ভাব পৰিহাৰ কৰক ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷আপুনি জ্যেষ্ঠসকলৰ সহায়ত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব।

কন্যা – ধন ক্ষেত্ৰত লাভৰ স্থিতি আছে। কথাৰ প্ৰভাৱ থাকিব। সৌন্দৰ্যৰ চৰ্চাত মনোযোগ দিয়ক ৷ কাৰোবাৰ প্ৰেমত পৰাৰ সম্ভাৱনা।

তুলা – ধৈৰ্য ধৰক। পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ কৰ্ম স্থানত সন্মান লাভ কৰিব। 

বৃশ্চিক – অপ্ৰয়োজনীয় কামত ধন ব্যয় কৰা হ’ব পাৰে। নতুন চাকৰিৰ বাবে ভাল সুযোগ আহিব। শিক্ষাৰ্থীৰ বাবে মধ্যম। প্ৰেমত শান্তি।

ধনু – কামবোৰ সম্পূৰ্ণ কৰাত প্ৰত্যাহ্বান থাকিব পাৰে। প্ৰতিদ্বন্দ্বীসকল সক্ৰিয় হৈ থাকিব আৰু ক্ষতিও কৰিব পাৰে। কঠোৰ পৰিশ্ৰমৰ ফল লাভ।

মকৰ – সম্পদৰ ক্ষেত্ৰত অন্ধভাৱে বিশ্বাস কৰিলে ধন হেৰুওৱাৰ লগতে সমস্যা হ’ব পাৰে। মন পছন্দৰ কাৰ্যই আনন্দিত কৰিব ৷ প্ৰেমসংগীক লগ পাব। 

কুম্ভ -ধৈৰ্যসহকাৰে কাম কৰিব লাগিব। খং আৰু অহংকাৰ পৰিহাৰ কৰক। কাৰোৰে লগত বাদ-বিবাদ নকৰিব। পৰিয়ালৰ শুভ।

মীন – উপাৰ্জনতকৈ অধিক টকা খৰচ কৰা পৰিহাৰ কৰিব। ধন পোৱা সম্ভাবনা আছে। কামত বিশেষ সফলতা আহিব। ভ্ৰমণৰ সুযোগ পাব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ