--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৩১ ডিচেম্বৰ, দেওবাৰ। বছৰৰ অন্তিমটো দিন। জানো আহক আজিৰ দিনটো কেনে যাব।
১. মেষ ৰাশি (অ,ল) : -  মেষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব, ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ'ব, কৰ্মত অধিক দায়িত্ব লাভ কৰিব, লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আধিক ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মানসিক ক্লেশ ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি কৰ্মত অধিক ফলাফল লাভ কৰিব। বন্ধুৰ সৈতে বিবাদৰ যোগ। 

৪. কৰ্কট ৰাশি(ড,হ) : - কৰ্কট ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব, সন্মান বাঢ়িব লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যা আহৰণত ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, উত্তম খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে মনত অপ্ৰয়োজনীয় চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সন্মান লাভ কৰিব, আৰ্থিক দিশটো শুভ হ'ব, যদিও আজি ছোৱালী তিৰোতা সকলে সজাগ নহ'লে সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে।

৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত সুখ শান্তিৰে দিনটো পাৰ হ'ব, কৰ্মত শুভ হ'ব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, আৰ্থিক উন্নতি হ'ব যদিও আজি আপুনি মৰমৰ ক্ষেত্ৰত সজাগ হ'ব।

৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুখ লাভ কৰিব, কৰ্মত চেষ্টা কৰিলে সফলতা লাভ কৰিব, যদিও আজি আপুনি অপমানিত হ'ব পৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব।

৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক দিশত উন্নতি লাভ কৰিব, কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব যদিও আজি আপুনি মিছা অপবাদ পাবলগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

১০. মকৰ ৰাশি (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, কৰ্মত সফলতা আহিব, লগতে আজি আপোনাৰ পাৰিবাৰিক দিশত শুভ হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত মনৰ চিন্তা ধাৰা উন্নত মানৰ হ'ব যদিও, মনৰ আশা ভংগ হ'ব পাৰে, লগতে কৰ্মত সৰু-সুৰা বাধা - বিঘিনি সন্মুখীন হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ শুভ হ'ব, ধন আগমন বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত আনন্দ লাভ। প্ৰেমত শুভ। পুৰণি বন্ধুৰে সাক্ষাৎ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ