--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ১৭ ডিচেম্বৰ, দেওবাৰ৷ কেনে যাব আপোনাৰ আজিৰ দিনটো? জানো আহক দিনটোৰ ৰাশিফল....

মেষ – কামৰ হেঁচা বাঢ়িব। আনৰ পৰা অনুপ্ৰেৰণা পাব। ধনৰ লালসা বাঢ়িব। সম্পত্তিৰ লগত জড়িত লেন দেন সম্পূৰ্ণ হ’ব। শুভ সংখ্যা ৪, ৰং আকাশী।

বৃষ – ঘৰলৈ কিছু ধনাত্মক পৰিৱৰ্তন আহিব। জীৱনলৈ বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। শুভ সংখ্যা ১, শুভ ৰং বগা।

মিথুন – আজি কিবা ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। স্বাস্থ্য ভালে নাযাব। প্ৰেমত বাধা আহিব। শুভ সংখ্যা ৮, শুভ ৰং মেৰুণ।

কৰ্কট – কোনো সিদ্ধান্ত লওঁতে স্পষ্ট চিন্তাধাৰা আৱশ্যক হ’ব। দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভুগি থকাসকলে ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। শুভ সংখ্যা ১, শুভ ৰং বাদামী।

সিংহ – বিদ্যাৰ্থীৰ সপোন দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা আছে। কাম বহুত বেছি হোৱা সত্ত্বেও আজি কৰ্মক্ষেত্ৰত আপোনাৰ মাজত এটা বেলেগ উৰ্জা দেখা যাব। শুভ সংখ্যা ৭, শুভ ৰং ৰঙা।

কন্যা – যি কোনো কামৰ বাবে নিজৰ আত্মবিশ্বাস বঢ়াব। হাতলৈ হঠাতে ধন আহিব পাৰে। দাম্পত্যত মধুৰ। শুভ সংখ্যা ২, শুভ ৰং নীলা।

তুলা – দিনটো ভালকৈ পাৰ হ’ব৷ কোনো ব্যক্তিৰ পৰা সহায় পাব। কৰ্মক্ষেত্ৰত সহযোগিতা পাব। শুভ সংখ্যা ৫, শুভ ৰং বেঙুনীয়া। প্ৰেমত শুভ৷

বৃশ্চিক – মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণসমূহ সমাধান কৰক। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ’ব। ঘৰলৈ আলহীৰ আগমন হ’ব। শুভ সংখ্যা ৭, শুভ ৰং গুলপীয়া।

ধনু – আজি বিদেশ যোৱাৰ সুযোগো লাভ কৰিব পাৰে। সমাজত এক উচ্চ স্থান অধিকাৰ কৰিব। প্ৰেমাস্পদক সন্দেহ নকৰিব।শুভ সংখ্যা ৪, শুভ ৰং হালধীয়া।

মকৰ – আজি স্বাস্থ্য ঠিকে নাযাব। বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ’ব।ব্যৱসায়ত উন্নতি হ’ব। ভ্ৰমণৰ যোগ। শুভ সংখ্যা ৯, শুভ ৰং গেৰুৱা।

কুম্ভ – কোনোৱে যদি আৰ্থিক সহায় বিচাৰে তেনেহ'লে সহায় নকৰিব। অন্যথা আপোনাৰো আৰ্থিক অৱস্থা দুৰ্বল হ’ব পাৰে। মানসিক শান্তিৰ বাবে কিছুমান কথাৰ পৰা দূৰত থাকক। শুভ সংখ্যা ৫, শুভ ৰং সোণালী।

মীন – আৰ্থিক স্থিতি শক্তিশালী হ’ব। খৰচত নিয়ন্ত্ৰণ কৰক। হঠাতে পুৰণি বন্ধুক লগ পাব পাৰে। কাম-কাজত পৰিৱৰ্তন আহিব।শুভ সংখ্যা ১, শুভ ৰং ৰঙা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক