--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ICSE Class 10th ৰ ফলাফল শেহতীয়াকৈ প্ৰকাশ পাইছে। এতিয়া আৰম্ভ হৈছে চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফললৈ কাউণ্টডাউন। খবৰ অনুসৰি ২৩ জুলাইৰ ভিতৰত চিবিএছইৰ দশম শ্ৰেণীৰ 2nd termৰ ফলাফল প্ৰকাশ পাব পাৰে। CBSE দ্বাদশ শ্ৰেণীৰ ২nd term পৰীক্ষাৰ ফলাফল ২৮ জুলাইৰ ভিতৰত প্ৰকাশ কৰিব পাৰিব। মন কৰিব যে দুয়োটা শ্ৰেণীৰ ফলাফল চিবিএছইৰ অফিচিয়েল ৱেবছাইটত জানিব পৰা যাব। ফলাফল সমূহৰ cbse.gov.in চাইট ৰ পৰা জানিব পাৰিব। 

লগতে ফলাফল cbseresults.nic.in চাইটৰ পৰা জানিব পাৰিব। মন কৰিবলগীয়া যে ৱেবচাইটৰ বাহিৰেও দ্বাদশ আৰু দশম শ্ৰেণীৰ ফলাফল সমূহ ফোন বা এছএমএছৰ জৰিয়তেও জানিব পাৰিব। এই ফলাফল DigiLocker, UMANG app ৰ দৰে একাধিক ম’বাইল এপৰ পৰা জানিব পাৰি। চলিত বৰ্ষৰ এপ্ৰিল আৰু মে’ মাহত ক্ৰমে চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হয়। দশম শ্ৰেণীৰ পৰীক্ষা ২৬ এপ্ৰিলৰ পৰা ৪ মেলৈ অনুষ্ঠিত হয়। আৰু ২৬ এপ্ৰিলৰ পৰা ১৫ জুনলৈ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হব। 

ৱেবচাইটত ফলাফল কেনেকৈ চাব- 

cbse.gov.in ত গৈ CBSE Class 10th or 12th Exam 2022 search option প্ৰয়োজন অনুসৰি দিব লাগিব। সকলো তথ্য, ৰোল নম্বৰ, জন্ম তাৰিখ তাত দিব লাগিব। যেতিয়া ৰিজাল্টটো স্ক্ৰীণত ওলাব, তেতিয়া ইয়াক ডাউনলোড কৰিব লাগিব। 

ম’বাইল ফোনত SMS ৰ যোগেদি ৰিজাল্ট কেনেকৈ জানিব - 

প্ৰথমে  DigiLocker app ত গৈ CBSE অপচন দিয়ক। তাত দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল জানিব পৰা যাব। তাত ৰোল নম্বৰো উল্লেখ কৰিব লাগিব। UMANG এপৰ পৰা মাৰ্কশ্বীট ডাউনলোড কৰিবলৈ এপটোৰ ‘সকলো সেৱা’(all service) অংশলৈ যাওক। ইয়াৰ পিছত দশম বা দ্বাদশ শ্ৰেণীৰ ফলাফল জানিব বিচাৰিলে চাৰ্চ কৰিব লাগিব। তাৰ পাছত স্ক্ৰীণত ৰিজাল্ট আহিব। আৰু ইয়াক নিজ সুবিধা অনুসৰি ডাউনলোড কৰা উচিত।
FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
হীৰেন ভট্টাচাৰ্যৰ জন্মগৃহ ৰূপান্তৰ হ'ব স্মৃতিক্ষেত্রলৈ
প্রধানমন্ত্রীক সাক্ষাৎ কৰি ৰাজ্যৰ আৰ্থ-সামাজিক পৰিৱেশৰ বিষয়ে জনালে মুখ্যমন্ত্রীয়ে
গোৱালপাৰাৰ মৰনৈত নৈত গা ধুবলৈ গৈ ২ কিশোৰীৰ মৃত্যু
যান-বাহন আৰক্ষীত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ
'GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে! নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ
খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা