--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সম্প্ৰতি যিকোনো সুখৰ মুহূৰ্ত কেক কটি উপভোগ কৰা হয়৷ কেক হৈ পৰিছে প্ৰতিটো সুখৰ মুহূৰ্তৰ অবিচ্ছেদ্য অংশ৷প্ৰতিটো বয়সৰ লোকৰ প্ৰিয় কেক৷ হয়টো কম সংখ্যক লোকহে ওলাব যিসকলে কেক খাএ ভাল নেপাই৷ সাৱধান হওক আপোনাৰ প্ৰিয় কেক কৰ্কট ৰোগৰ কাৰণ হ’ব পাৰে! 

শেহতীয়া এক পৰীক্ষাত বেংগালুৰুৰ ১২ বিধ কেকত কৰ্কট ৰোগ সৃষ্টিকাৰী পদাৰ্থ থকা উপাদানসমূহ পোৱা গৈছে বুলি তথ্য প্ৰকাশ পাইছে৷ সম্প্ৰতি কৰ্ণাটকৰ খাদ্য সুৰক্ষা আৰু গুণগত মান বিভাগে সাৱধান হ’বলৈ পৰামৰ্শ প্ৰদান কৰিছে।

ৰাজ্যখনৰ বেকৰীসমূহে প্ৰস্তুত কৰা কেকত সম্ভাৱ্য কাৰ্চিনোজেনিক উপাদান ব্যৱহাৰৰ সন্দৰ্ভত বিভাগটোৱে এক সতৰ্কবাণী জাৰি কৰিছে। বেংগালুৰুৰ কেইবাখনো বেকৰীৰ ১২টা ভিন্ন কেকত কেন্সাৰ সৃষ্টিকাৰী পদাৰ্থ থকাৰ কথা এক পৰীক্ষাৰ অন্তত পোহৰলৈ আহিছে।

কৰ্ণাটকৰ খাদ্য সুৰক্ষা আৰু গুণগত মান বিভাগে বেকৰীসমূহক খাদ্য সুৰক্ষা আৰু গুণগত মান মানি চলিবলৈ আহ্বান জনাইছে আৰু কেকত ব্যৱহাৰ কৰা কৃত্ৰিম ৰঙে কেৱল কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰাই নহয়, বিভিন্ন শাৰীৰিক আৰু মানসিক স্বাস্থ্যজনিত সমস্যাৰো সৃষ্টি কৰিব পাৰে বুলি সদৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?