--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টোপনি আমাৰ শৰীৰ আৰু মনৰ বাবে অতি গুৰুত্বপূৰ্ণ, যদি আমি পৰ্যাপ্ত পৰিমাণে টোপনি নাপাওঁ তেন্তে ব্যক্তিজন খিংখিঙীয়া আৰু বিচলিত হৈ পৰে, লগতে শৰীৰত কিছুমান পৰিৱৰ্তন ঘটে যিবোৰ ভাল নহয়। বেছিভাগ স্বাস্থ্য বিশেষজ্ঞই বিশ্বাস কৰে যে এজন সুস্থ প্ৰাপ্তবয়স্কই দিনটোত কমেও ৮ ঘণ্টা শুব লাগে। 

৮ ঘন্টা টোপনিৰ ৮ টা উপকাৰ

১) মানসিক স্বাস্থ্যৰ উন্নতি হ’ব: ভাল টোপনিয়ে মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰে, আৰু মানসিক চাপ, উদ্বেগ, হতাশাৰ পৰা দূৰত ৰাখে।

২) শক্তিশালী স্মৃতিশক্তি: যিসকল লোকে সম্পূৰ্ণ টোপনিৰ নিয়ম পালন কৰে, তেওঁলোকৰ মগজু সুস্থ হৈ থাকে যাৰ বাবে স্মৃতিশক্তি বৃদ্ধি পায়।

৩) শাৰীৰিক স্বাস্থ্য সুৰক্ষিত কৰা: ভাল টোপনিয়ে শাৰীৰিক স্বাস্থ্যৰ উপকাৰ কৰে, যেনে ওজন আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰা।

৪) ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা: টোপনিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, যাৰ ফলত আপোনাৰ শৰীৰে ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা লাভ কৰে।

৫) হাৰ্ট এটেকৰ আশংকা কমি যাব : ভাল টোপনিয়ে হৃদৰোগৰ সম্ভাৱনা কমায় আৰু হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে।

৬) মেদবহুলতা হ্ৰাস : ই ওজন নিয়ন্ত্ৰণত সহায় কৰে আৰু মেদবহুলতাৰ সম্ভাৱনা কমি যায়।

৫) আপুনি সতেজ অনুভৱ কৰিব: ভাল টোপনিৰ পিছত আপোনাৰ দিনটো সতেজতাৰে ভৰি থাকে কাৰণ আপোনাৰ শক্তি বেছি হয়।

৬) যোগাযোগৰ দক্ষতা উন্নত: ভাল টোপনিয়ে আপোনাৰ কথা কোৱা আৰু শ্ৰৱণ ক্ষমতা বৃদ্ধি কৰিব পাৰে।

৭) উন্নত মেজাজ: পৰ্যাপ্ত পৰিমাণে টোপনি গ’লে আপোনাৰ মেজাজ উন্নত হয়, যাৰ ফলত আপোনাৰ জীৱনৰ সম্পৰ্ক উন্নত হ’ব পাৰে।

৮) আত্মবিশ্বাস: ভাল টোপনিয়ে আত্মবিশ্বাস বৃদ্ধি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?