--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজস্থানত প্ৰতিদিনে বৃদ্ধি পাইছে ভুৱা খাদ্য সামগ্ৰীৰ গোচৰ। শ্ৰীগংগানগৰত মিশ্ৰণৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰি স্বাস্থ্য বিভাগে উদঙাই দিছে ভুৱা দেশী ঘিউ প্ৰস্তুত কৰা এটা কাৰখানা। লগতে স্বাস্থ্য বিভাগে তাৰ পৰা ৪০০ লিটাৰৰো অধিক ঘিউ আৰু বিভিন্ন ব্ৰেণ্ডৰ পেকিং সামগ্ৰী জব্দ কৰে। 

এই ভেজাল দেশী ঘিউ পঞ্জাৱ আৰু হাৰিয়ানাকে ধৰি ৰাজস্থানলৈ যোগান ধৰা হৈছিল। নকল ঘিউ নিৰ্মাণৰ এই কাৰখানাটো ছপাশালৰ আঁৰত চলি আছিল।

তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা ৰিকো ঔদ্যোগিক এলেকাত খাদ্য সুৰক্ষা বিভাগে এই ব্যৱস্থা গ্ৰহণ কৰে। খাদ্য বিভাগৰ অভিযানৰ তথ্য পোৱাৰ লগে লগে তাৰ পৰা কৰ্মচাৰীসকল পলায়ন কৰে। দলটোৱে তাত উপস্থিত হোৱাৰ লগে লগে ভুৱা ঘিউ তৈয়াৰ কৰাৰ উপকৰণৰ লগতে ৪০০ লিটাৰৰো অধিক ঘিউ উদ্ধাৰ কৰে। ইয়াৰ লগতে বিভিন্ন ব্ৰেণ্ডৰ পেকিং মেটেৰিয়েল পোৱা গ’ল য’ত এই ঘিউ পেকিং কৰা আছিল। খাদ্য বিভাগৰ দলটোৱে এই সকলো সামগ্ৰী জব্দ কৰে।

দলটোৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে ছপাশালৰ আঁৰত এই ব্যৱসায় চলাই থকা হৈছিল । ইয়াত ভুৱা দেশী ঘিউ প্ৰস্তুত কৰি ৰাজস্থানৰ বিভিন্ন জিলালৈ যোগান ধৰা হৈছিল। ইয়াৰ লগতে ৰাজস্থানৰ লগতে লাগি থকা হাৰিয়ানা আৰু পঞ্জাৱ ৰাজ্যলৈও প্ৰেৰণ কৰা হৈছিল এই দেশী ঘিউ। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু