--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খাদ্যত বিহ মিহলি কৰি বিহাৰৰ মুখ্যমন্ত্ৰীক হত্যা কৰাৰ চেষ্টা!  নীতিশ কুমাৰক হত্যা কৰাৰ পৰিকল্পনা কিছু দিন  ধৰি চলি আহিছে! এই দাবী কৰিছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু হিন্দুস্তানী আৱাম মৰ্চা (এইচএএম)ৰ নেতা জিতন ৰাম মাঝিয়ে৷  

 নীতিশৰ যৌন শিক্ষাৰ মন্তব্যক লৈ হোৱা বিতৰ্কৰ মাজতে  জিতনে ৰামে  এতিয়া নীতিশৰ বিৰুদ্ধে "হত্যাৰ ষড়যন্ত্ৰ" ৰচনা কৰা বুলি অভিযোগ কৰিছে। তেওঁ দাবী কৰিছে  যে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে বিষাক্ত পদাৰ্থৰ প্ৰভাৱৰ বাবেই মহিলাসকলৰ বিষয়ে ভুল মন্তব্য কৰিছিল।

পাটনাত জিতন ৰাম মাঝিয়ে কয়, "এক  ষড়যন্ত্ৰ চলিছে। নীতিশ কুমাৰক  হত্যা কৰিবলৈ তেওঁৰ  খাদ্যত বিহ মিহলোৱা হৈছে। ফলস্বৰূপে, তেওঁ মহিলাৰ নামত এনে মন্তব্য কৰিছে।’’ মুখ্যমন্ত্ৰী নীতিশৰ পদ  কাঢ়ি নিবলৈ  খাদ্যত বিহ মিহলোৱা হৈছে বুলিও মাঝিয়ে কয়৷  

 কিন্তু কোনে  এই ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু কোনে বিহাৰৰ মুখ্যমন্ত্ৰীক হত্যা কৰিবলৈ চেষ্টা কৰি আছে সেই বিষয়ে জিতনে একো মন্তব্য  কৰা নাই। নীতিশ কুমাৰে উত্থাপন কৰা  সংৰক্ষণ প্ৰস্তাৱক সমৰ্থন কৰি জিতন ৰামে কয়  যে ৰাজপত্ৰিত বিষয়াসকলৰ মাজত জনজাতীয় লোকসকলৰ প্ৰতিনিধিত্ব তেনেই কম৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক