--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা বিশ্বকাপৰ ফাইনেলত প্ৰথমে বেটিং কৰি ভাৰতে অষ্ট্ৰিয়াক ২৪১ ৰানৰ লক্ষ্য বান্ধি দিছে। ভাৰতে আজি সংগ্ৰহ কৰা ৰান  তেনেই কম বুলি আলোচিত হোৱাৰ সময়তে এটা মেকুৰীয়ে দিয়া ইংগিতকলৈ ব্যাপক চৰ্চা হৈছে। এতিয়া  ছ'চিয়েল মিডিয়াত দুখন ছবি যথেষ্ট ভাইৰেল হৈছে।

 এই ছবিবোৰত, মেকুৰী এটাক আজিৰ মেচখন কোনে জিকিব তাৰ ভৱিষ্যতবাণী কৰা দেখা গৈছে। বিশ্বকাপ ২০২৩ ট্ৰফী কোনে লাভ কৰিব?  ছবিবোৰত দেখা গৈছে এজন ব্যক্তিয়ে দুয়ো খন হাতৰ এখনত  ভাৰতৰ নাম আৰু আনখনত অষ্ট্ৰেলিয়াৰ নাম লিখি লোকজনে মেকুৰীটোৰ সন্মুকত ৰাখিছিল।

 মেকুৰীটোৱে প্ৰথমে কিবা  ভাবি  পিছত এখন হাতৰ ফালে মুখখন নিছিল। । মেকুৰীটোৱে ইয়াৰ ভৱিষ্যতবাণী কৰাৰ লগে লগে  ব্যক্তিজনে হাত খুলিছিল আৰু মেকুৰীটোৱে জিকিব বুলি ভৱিষ্যতবাণী কৰা নামটো প্ৰকাশ কৰিছিল। মেকুৰীটোৱে বিজয়ৰ ভৱিষ্যতবাণী কৰা দলটো আছিল টীম ইণ্ডিয়া।সঁচাকৈয়ে হয়তো মোকুৰীটোৰ ইংগিত বাস্তৱ হওঁক সেয়াই এতিয়া দেশবাসীয়ে কামনা কৰিছে। খেলৰ শেহতীয়া খবৰ অনুসৰি অষ্ট্ৰেলিয়াই খেলৰ আৰম্ভনিতে এটা উইকেট হেৰুৱাইছে। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক