--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ঘটনাৰ বিষয়ে জানিব পাৰি স্থানীয় লোকৰ তৎপৰতাত খৈৰাবাৰী RSSৰ লগতে বিভিন্ন দল সংগঠনৰ দ্বাৰা নাবালিকাগৰাকীক উদ্ধাৰ কৰা হয়। লগতে যুৱকজনক আৰক্ষীৰ হাতত গতাই দিয়ে ।

ডিজিটেল ডেস্ক: ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান ওদালগুৰিৰ খৈৰাবাৰী। ডিব্ৰুগড়ৰ এগৰাকী ১৭ বছৰীয়া নাবালিকাক হিন্দুৰ পৰিচয়েৰে প্ৰেমৰ জালত পেলাই খৈৰাবাৰীলৈ লৈ অহাৰ অভিযোগ ২২ বছৰীয়া এজন মুছলমান যুৱকৰ বিৰুদ্ধে।


অভিযোগ অনুসৰি, ধুবুৰীৰ ৰবিউল লিজাক নামৰ যুৱকজনে ডিব্ৰুগড়ৰ হিন্দু আদিবাসী নাবালিকাগৰাকীক পৰিয়ালৰ অজ্ঞাতে ওদালগুৰি জিলাৰ খৈৰাবাৰীলৈ পলুৱাই আনে। নাবালিকাগৰাকীক খৈৰাবাৰী চেলাইমাৰীৰ ভাড়াঘৰত প্ৰায় দুমাহ ধৰি ৰাখিছিল ৰবিউল লিজাকে।


ইয়াৰ মাজতে নাবালিকাগৰাকীৰ ওপৰত যৌন শোষণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে।


ঘটনাৰ বিষয়ে জানিব পাৰি স্থানীয় লোকৰ তৎপৰতাত খৈৰাবাৰী RSSৰ লগতে বিভিন্ন দল সংগঠনৰ দ্বাৰা নাবালিকাগৰাকীক উদ্ধাৰ কৰা হয়। লগতে যুৱকজনক আৰক্ষীৰ হাতত গতাই দিয়ে ।


এতিয়া সমগ্ৰ ঘটনাক লৈ খৈৰাবাৰীত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য, ভুৱা পৰিচয়ৰে ডিব্ৰুগড়ৰ আদিবাসী নাবালিকা গৰাকীক প্ৰেমৰ জালত পেলাই ফুচুলাই অনা মুছলমান যুৱক ৰবিউল লিজাকক উচিত শাস্তি প্ৰদানৰ দাবী স্থানীয় লোকৰ লগতে ভিন্ন দল-সংগঠনৰ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ লোহিত-ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত বিৰল প্ৰজাতিৰ ঘঁৰিয়ালৰ সন্ধান
খৈৰাবাৰীত লাভ জেহাদ! হিন্দু পৰিচয় দি ডিব্ৰুগড়ৰ নাবালিকাক পলুৱাই নিলে ধুবুৰীৰ যুৱকে
উভতি নহা বাটেৰে গুচি গ’ল নানা পাটেকাৰ; শোকস্তব্ধ দেশবাসী
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান