--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

ভাৰত চৰকাৰে পৰ্ণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাটো কোনো নতুন বিষয় নহয়। চৰকাৰে ২০১৫ চনত ৮০০ তকৈও অধিক পৰ্ণ ছাইট নিষিদ্ধ কৰিছিল৷আৰু এই ঘটনাই জনসাধাৰণৰ মাজত   মাজত যথেষ্ট হুলস্থুল সৃষ্টি কৰিছিল ৷ আনকি বহুতে এইয়া ব্যক্তিগত স্বাধীনতাৰ ওপৰত আক্ৰমণ বুলিও দাবী কৰিছিল৷  চৰকাৰে পিছত নিৰ্দেশনাটো কিছু শিথিল কৰি  দিছিল আৰু  এই নিষেধাজ্ঞা কেৱল শিশুৰ বা অ-প্ৰাপ্তবয়স্কসকলৰ বাবেহে বৰ্তাই ৰাখিছিল৷

৭ বছৰৰ পিছত, ভাৰত চৰকাৰে বৃহস্পতিবাৰে দেশৰ নতুন তথ্য প্ৰযুক্তি নিয়ম উলংঘা কৰা ৱেবছাইটসমূহৰ পৰা ইণ্টাৰনেট মুক্ত কৰাৰ পদক্ষেপত পুনৰ ৬০ টাতকৈও অধিক পৰ্ণ ছাইটৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ নিৰ্দেশ দিয়ে।
এই অশ্লীল ৱেবচাইটসমূহ নিষিদ্ধ কৰাৰ নিৰ্দেশটো দূৰসংযোগ বিভাগে প্ৰদান কৰিছে যিটো ক্ৰমান্বয়ে পুনে আৰু নয়নিতালৰ দুখন আদালতৰ ৰায়ৰ ওপৰত আধাৰিত।

২০২২ চনৰ ২৪ ছেপ্টেম্বৰত এই দুখন আদালতে প্ৰদান কৰা আদালতৰ নিৰ্দেশত এইদৰে কোৱা হৈছে, "২০১৮ চনৰ ৰিট আৱেদন (পিআইএল) নং ১৫৮ আৰু ইলেক্ট্ৰনিক্স এণ্ড ইনফৰ্মেচন টেকন'লজী মন্ত্ৰালয়ে ২০২-২০২ তাৰিখৰ ইমেইলত উত্তৰাখণ্ডৰ মাননীয় উচ্চ ন্যায়ালয়ে ২৭.০৯.২০১৮ তাৰিখে জাৰি কৰা আদেশৰ সন্দৰ্ভত এইটো হৈছে। তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) নিয়ম, ২০২১-ৰ নিয়ম ৩(২)(বি) আৰু মহিলাৰ শালীনতাৰ প্ৰতিচ্ছবি কলুষিত কৰা তলত উল্লেখ কৰা ৱেবছাইটত উপলব্ধ কিছুমান অশ্লীল ভিডিঅ’ৰ  প্ৰতি লক্ষ্য ৰাখি, নিম্নলিখিত চাৰিটা ৱেবছাইট/ইউআৰএল নিষিদ্ধ কৰা হৈছে৷ ”

চৰকাৰে ইণ্টাৰনেট সেৱা ব্যৱহাৰকাৰীসকলক  কিছু এই ক্ষেত্ৰত কিছু তৎপৰতা দেখুৱাবলৈ নিৰ্দেশ দিছে৷
সূত্ৰ অনুসৰি, ৬০ টা  পৰ্ণ ছাইটৰ ওপৰত এই নিষেধাজ্ঞা অস্থায়ী নহ'ব কিয়নো ২০১৫ চনৰ ঘটনাৰ দৰে যেতিয়া চৰকাৰে দেশৰ ৮০০ তকৈও অধিক পৰ্ণ ছাইট নিষিদ্ধ কৰিবলৈ চেষ্টা কৰিছিল।

চৰকাৰৰ  তালিকাত থকা কিছু ছাইট হৈছে, http://www.aagmaal.website, http://www.jossmaza.live, http://www.jossmaza.xyz, http://www.indianporngirl.com, http://www.xxxindianporn2.com


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু