--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত প্ৰতি বছৰে কেইবা লাখ লোক কেন্সাৰত আক্ৰান্ত হয়। কেন্সাৰ ৰোগ সৃষ্টি কৰা কেইবাটাও কাৰক আছে। ইয়াৰ ভিতৰত আমি পুৱা-গধূলি দাঁত ব্ৰাছ কৰোতে ব্যৱহাৰ কৰা টুথপেষ্টো আছে। 

বিশেষজ্ঞসকলৰ মতে, টুথপেষ্টে কেন্সাৰ হোৱাৰ আশংকা বৃদ্ধি কৰে। এই সম্পৰ্কত গৱেষণা কৰা টণ্টো বিশ্ববিদ্যালয়ৰ এজন গৱেষকে কয় যে টুথপেষ্টত ট্রাইক্ল’ছন যৌগ পোৱা যায়। ই কেন্সাৰ ৰোগৰ আশংকা বৃদ্ধি কৰে। ই এনেকুৱা এবিধ যৌগ যি শৰীৰত কেন্সাৰ ৰোগ সৃষ্টি কৰা কাৰকবোৰক সক্ৰিয় কৰি তোলে। 

একাংশ টুথপেষ্টত ট্ৰাইক্ল’ছন অধিক মাত্ৰাত পোৱা যায় আৰু ই কেন্সাৰৰ কাৰণ হৈ পৰিব পাৰে। কেন্সাৰ ৰোগ বিশেষজ্ঞসকলৰ মতে, ট্রাইক্ল’ছনে উপকাৰী বেক্টেৰিয়াবোৰৰ ক্ষতি সাধন কৰে। ইয়াৰ ফলত কেন্সাৰ ৰোগৰ সৃষ্টি হ'ব পাৰে৷ সেয়েহে, টুথপেষ্ট অধিক মাত্ৰাত ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ লগতে ড্রাই ছেম্পুত বেনজিন নামৰ এবিধ ৰাসায়নিক থাকে। এই ৰাসায়নিকে কেন্সাৰ হোৱাত অৰিহণা যোগাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ