--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পাছত বিৰাট কোহলীক লৈ বিতৰ্কিত মন্তব্য কৰে শ্ৰীলংকাৰ অধিনায়ক কুশল মেণ্ডিছে। ইডেনত ৪৯ সংখ্যক শতক অৰ্জন কৰাৰ বাবে মেণ্ডিছে কোহলীক অভিনন্দন জনাব বিচৰা নাছিল। বিশ্বকাপৰ পৰা ওলাই অহাৰ পিছত সেই বিষয়ে মুকলিকৈ ক’লে মেণ্ডিছে। তেওঁ ক্ষমা খুজিলে।

শ্ৰীলংকাৰ অধিনায়কগৰাকীয়ে কয়- ''সাংবাদিকগৰাকীৰ কথা বুজি নোপোৱাৰ বাবেই সমস্যা হৈছিল। মই গম পোৱা নাছিলো যে বিৰাটে নিজৰ ৪৯ শতক অৰ্জন কৰিছে। এজন সাংবাদিকে মোক সুধিলে। কিন্তু প্ৰশ্নটো মই বুজি পোৱা নাছিলো। ৪৯ শতক অৰ্জন কৰাটো সহজ নহয়। মই ভুল কৰিছিলোঁ। ক্ষমা বিচাৰিছো।''

বাংলাদেশৰ খেলৰ পূৰ্বে শ্ৰীলংকাৰ অধিনায়কগৰাকীয়ে সংবাদমেল অনুষ্ঠিত কৰি থকাৰ সময়তে ইডেনত বিৰাটে শতকীয় ইনিংছ খেলিছিল। এজন সাংবাদিকে তেওঁক সুধিলে, "এদিনীয়া ক্ৰিকেটত বিৰাটৰ ৪৯ শতক। অভিনন্দন জনাবনে?" এই কথা শুনি মেণ্ডিছে সাংবাদিকজনৰ ফালে অলপ সময় চালে। ইয়াৰ পিছত ক'লে, "মই কিয় তেওঁক অভিনন্দন জনাবলৈ যাম?"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক