--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেন ষ্ট’কে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল’ব পাৰে বুলি চৰ্চা চলিছে। যোৱা শুকুৰবাৰে অৱসৰৰ কথা ঘোষণা কৰিছিল ডাউদ মালানে। তেওঁলোকৰ পাছতে ইংলেণ্ডৰ অলৰাউণ্ডাৰ ডেভিদ উইলিয়েও শনিবাৰে বিশ্বকাপ পাকিস্তানৰ খেলখনৰ পিছত অৱসৰৰ কথা ঘোষণা কৰে।

৩৩ বছৰীয়া বাওঁহতীয়া বলিং অলৰাউণ্ডাৰ ডেভিড উইলী। শনিবাৰে খেলখনৰ অন্তত উইলেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো ধৰণৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। তেওঁ কয়, “এই প্ৰতিযোগিতাত পৰিকল্পনা অনুসৰি একোৱেই নহ’ল। কিন্তু এদিনীয়া ক্ৰিকেটত ১০০ উইকেটৰ মাইলৰ খুঁটি স্পৰ্শ কৰিব পৰাটো মোৰ বাবে বিশেষ কথা।’’’

২০২২ চনত টি-২০ বিশ্বকাপ জয় কৰাটো উইলীয়ে ক্ৰিকেট কেৰিয়াৰৰ শ্ৰেষ্ঠ মুহূৰ্ত বুলি অভিহিত কৰে। ইংলেণ্ডৰ জাৰ্চি পিন্ধি খেলপথাৰত উঠিব পৰাটো তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ গৌৰৱ বুলিও কয়।

ইংলেণ্ডৰ হৈ ৭৩খন এদিনীয়া মেচত ১০০টা আৰু ৪৩খন টি-২০ মেচত ৫১টা উইকেট দখল কৰিছে উইলীয়ে। শনিবাৰে পাকিস্তানৰ বিৰুদ্ধে ৫৬ ৰানত ৩ উইকেট দখল কৰি এদিনীয়া ক্ৰিকেটত ১০০ উইকেটৰ মাইলৰ খুঁটিত উপনীত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক