--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত আৰু দুটা বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয় ৰোহিত শৰ্মাই। বেংগালুৰুত নেদাৰলেণ্ডৰ বিৰুদ্ধে আৰম্ভণিৰে পৰাই তেওঁ আক্ৰমণাত্মক বেটিং আৰম্ভ কৰিছিল। ডাঙৰ ডাঙৰ শ্বট খেলিছিল। ভাৰতীয় অধিনায়কগৰাকীয়ে ছিক্সাৰ মাৰিয়েই দুটা বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।

কেলেণ্ডাৰ বছৰত সৰ্বাধিক ছয়ৰ অভিলেখ ৰোহিতৰ হাতত আছে। চলিত কেলেণ্ডাৰ বৰ্ষত তেওঁ ৫৯টা ছয় মাৰিছে। বছৰটো এতিয়াও শেষ হোৱা নাই। বিশ্বকাপ এতিয়াও খেলিবলৈ বাকী আছে। ৰোহিতৰ ছয়ৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

দক্ষিণ আফ্ৰিকাৰ এ বি ডি ভিলিয়াৰৰ অভিলেখ ভংগ কৰিলে ৰোহিতে। ২০১৫ চনত ডি ভিলিয়াৰ্ছে ৫৮টা ছিক্সাৰ মাৰিছিল। ২০১৯ চনত ৫৬টা ছয়ৰে তালিকাৰ তৃতীয় স্থানত আছে ৱেষ্ট ইণ্ডিজৰ ক্ৰীছ গেইলে। এই তালিকাত চতুৰ্থ স্থানত আছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদি। এটা কেলেণ্ডাৰ বছৰত তেওঁ ৪৮টা ছয় মাৰে।

অধিনায়ক হিচাপেও ৰোহিতে বিশ্বকাপত সৰ্বাধিক ছিক্সাৰৰ দখল কৰিছে। চলিত বিশ্বকাপত ভাৰতীয় অধিনায়কগৰাকীয়ে ২৩টা ছয় মাৰিছে। ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক ইয়ন মৰ্গানক চেৰ পেলাইছে। ২০১৯ চনৰ বিশ্বকাপত তেওঁ ২২টা ছয় মাৰে। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক ডি ভিলিয়েৰ্ছে ২০১৫ চনৰ বিশ্বকাপত ২১টা ছয় সংগ্ৰহ মাৰিছিল। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক এৰন ফিঞ্চ এই তালিকাত চতুৰ্থ স্থানত আছে। ২০১৯ চনৰ বিশ্বকাপত তেওঁ ১৮টা ছয় মাৰে। নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক ব্ৰেণ্ডন মেককালামে ২০১৫ চনৰ বিশ্বকাপত ১৭টা ছয় মাৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক